ঝুনঝুনি গছ
ঝুনঝুনি গছ | |
---|---|
ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
পৰ্ব: | Spermatophyta |
উপপৰ্ব: | Angiospermae |
শ্ৰেণী: | Dicotyledonae |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
উপপৰিয়াল: | Faboideae |
গণ: | Crotalaria |
প্ৰজাতি: | C. pallida |
বৈজ্ঞানিক নাম | |
Crotalaria pallida | |
সমাৰ্থক | |
|
ঝুনঝুনি গছ (বৈজ্ঞানিক নাম: Crotalaria pallida), সাধাৰণতে ঘণ্টাকৰ্ণ অন্য ভাষাত চিকু চিকু (chique chique), গাৰ্গেলিম ব্ৰেভো (gergellim bravo), জাইণ্ট ষ্ট্ৰিয়াটা (giant striata), গুইজ-ডে-কাচকাভেল (guizo-de-cascavel), মাৰাকা-ডে-কব্ৰা (maraca-de-cobra), ৰেটল ৱিড (rattleweed), ৰেটল বক্স (rattlebox), স্মুথ ক্ৰটালেৰিয়া (smooth crotalaria), ষ্ট্ৰিকড ৰেটলপড (streaked rattlepod), আদি নামেৰে জনাজাত এই উদ্ভিদজোপা ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।[2][3]
এই গুল্মজাতীয় উদ্ভিদজোপা বাৰ্ষিক নাইবা অল্পজীৱি। ই প্ৰায় ১.৫ মিটাৰমান ওখ হয়। কাণ্ডত ক্ষুদ্ৰ ক্ষুদ্ৰ নোম থাকে। পাত তিনি পত্ৰিকাৰ প্ৰায় ২-৮.৫ চেমি দীঘল ঠাৰিত লাগি থাকে। , পত্ৰিকাবোৰ ডিম্বাকৃতিৰ। ফুল হালধীয়া, কেতিয়াবা ৰঙচুৱা হয়। এডাল দীঘল ঠাৰিত প্ৰায় ২০-৩০ পাহলৈকে ফুল ফুলে। ফল চিৰা চিৰা, মঙহাল, ভিতৰত ফোফোলা, প্ৰতি চিৰাত প্ৰায় ৩০-৪০ টালৈকে বীজ থাকে।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Crotalaria pallida Aiton Accepted Name". https://indiabiodiversity.org/species/show/32573.
- ↑ 2.0 2.1 Jesse Wagstaff, D (2008-07-07). International Poisonous Plants Checklist. CRC Press. doi:10.1201/9781420062533. ISBN 9781420062526.
- ↑ "Crotalaria pallida (smooth crotalaria)" (en ভাষাত). www.cabi.org. https://www.cabi.org/isc/datasheet/16160। আহৰণ কৰা হৈছে: 2018-11-19.
- ↑ "Crotalaria pallida Aiton, 1789". https://lkcnhm.nus.edu.sg/dna/organisms/details/523.