টামলা ডু
Jump to navigation
Jump to search
টামলা ডু অৰুণাচল প্ৰদেশৰ মিচিমি জনজাতিয়ে উদযাপন কৰা এটি উৎসৱ। শান্তি, একতা তথা মঙ্গল কামনাৰে উদযাপিত এই উৎসৱটি লোহিত জিলাৰ বসতি প্ৰধান মিচিমি জনজাতিয়ে উলহ-মালহেৰে উদযাপন কৰে।