টামলা ডু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

টামলা ডু অৰুণাচল প্ৰদেশমিচিমি জনজাতিয়ে উদযাপন কৰা এটি উৎসৱ। শান্তি, একতা তথা মঙ্গল কামনাৰে উদযাপিত এই উৎসৱটি লোহিত জিলাৰ বসতি প্ৰধান মিচিমি জনজাতিয়ে উলহ-মালহেৰে উদযাপন কৰে।