সমললৈ যাওক

ডেণ্ড্ৰ'বিয়াম ফুগাক্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেণ্ড্ৰ'বিয়াম ফুগাক্স
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
বিভাগ: Tracheophyta
শ্ৰেণী: Liliopsida
বৰ্গ: Asparagales
পৰিয়াল: Orchidaceae
গণ: Dendrobium
প্ৰজাতি: Dendrobium fugax
বৈজ্ঞানিক নাম
Dendrobium fugax
Rchb.f.
সমাৰ্থক

Dendrobium roseopunctatum (Ridl.) Ridl.
Dendrobium sordidum King & Pantl.
Dendrobium roseopunctatum Ridl.

ডেণ্ড্ৰ'বিয়াম ফুগাক্স (বৈজ্ঞানিক নাম: Dendrobium fugax) বা ফেডিং ডেণ্ড্ৰ'বিয়াম (ইংৰাজী: Fading Dendrobium) হৈছে এবিধ পৰাশ্ৰয়ী অৰ্কিডৰ প্ৰজাতি। এই অৰ্কিডবিধ হিমালয় আৰু ইণ্ডো-চীন অঞ্চলত পোৱা যায়। ই অসম, ভূটান, ছিকিম, ম্যানমাৰ, থাইলেণ্ড, লাওছ আৰু ভিয়েটনামৰ থলুৱা প্ৰজাতি। গছৰ ডালত এই অৰ্কিডবিধে প্ৰাকৃতিকভাৱে আশ্ৰয় লয়।[1][2]

এই অৰ্কিডবিধ শীত, বসন্ত আৰু গ্ৰীষ্মকালত ফুলে। পাতৰ গুৰিৰ ওচৰৰ পৰা ওলোৱা চুটি, একক পুষ্পদণ্ডত ইয়াৰ ফুল ফুলে। ফুলৰ ৰং বগা।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]