ডেভিদ (মাইকেলেঞ্জেল')

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ডেভিদ
David von Michelangelo
শিল্পী মাইকেলেঞ্জেল'
বছৰ ১৫০১-১৫০৪
প্ৰকাৰ Carrara marble
অৱস্থিতি Galleria dell'Accademia, ফ্লোৰেন্স

ডেভিদ হ'ল ইটালীৰ শিল্পী মাইকেলেঞ্জেল'ৰ দ্বাৰা নিৰ্মিত পৃথিবীৰ বিখ্যাত ভাস্কৰ্যবোৰৰ ভিতৰত অন্যতম এটা মূৰ্তি। ১৫০৪ চনত ফ্লোৰেন্সত ইয়াক স্থাপন কৰা হয়। কান্ধত কেটেপা লৈ যুদ্ধৰ বাবে সাজু হৈ থকা এজন ডেকা ল'ৰা হিচাবে প্ৰতিষ্ঠা কৰা ডেভিদক শৰীৰবিজ্ঞানৰ ফালৰ পৰাও সম্পূৰ্ণ শুদ্ধ জোখত নিৰ্মাণ কৰা হৈছিল।