সমললৈ যাওক

ঢলাই নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঢলাই নদী
উপনাম: ঢলা নদী
দেশসমূহ  ভাৰত,  বাংলাদেশ
প্ৰদেশ ত্ৰিপুৰা
উৎস ত্ৰিপুৰাৰ পাৰ্বত্য অঞ্চল
 - অৱস্থান উত্তৰ-পূব ভাৰত, ভাৰত

ঢলাই নদী (ইংৰাজী: Dhalai River) হৈছে ভাৰত আৰু বাংলাদেশৰ সীমান্তত অৱস্থিত নদী। এই নদীখনক ঢলা নদী নামেৰেও জনা যায়। ত্ৰিপুৰাৰ পাৰ্বত্য অঞ্চলত ঢলাই নদীৰ উৎপত্তি হৈছে। এই নদীখনে বাংলাদেশমৌলবী বজাৰ জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত এই নদীখন বাংলাদেশৰ ৰাজনগৰ উপজিলামনু নদীৰ লগত মিলি গৈছে।[1][2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Dhala River". banglapedia. http://www.banglapedia.org/HT/D_0176.HTM আহৰণ কৰা হৈছে: 19 November 2012.
  2. "Rivers of Tripura". Tripura State Pollution Control Board. http://trpenvis.nic.in/surfacew.htm আহৰণ কৰা হৈছে: 19 November 2012.