তাৰক চন্দ্ৰ গোস্বামী
অৱয়ব
তাৰক চন্দ্ৰ গোস্বামী | |
---|---|
জন্ম | ১৬ এপ্ৰিল, ১৯৩৮ বৰপেটা জিলাৰ বৰনগৰ সৰভোগৰ নুনতোলা |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
তাৰক চন্দ্ৰ গোস্বামী (ইংৰাজী: Tarok Chandra Goswami) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ প্ৰবন্ধকাৰ।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]তেখেতৰ জন্ম ১৯৩৮ চনৰ ১৬ এপ্ৰিল শনিবাৰে বৰ্তমান বৰপেটা জিলাৰ বৰনগৰ সৰভোগৰ নুনতোলা গাৱঁত॥[1]
শিক্ষা
[সম্পাদনা কৰক]- ১৯৫৯ চনত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা আই-এচ-চি পাছ কৰে।
- ১৯৬১ চনত গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে।
- ১৯৬৫ চনত এলাহবাদ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে॥[2]
চাকৰি জীৱন
[সম্পাদনা কৰক]- তেখেতে ১৯৬১-৬৩ চনত বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে কাম কৰিছিল।
- ১৯৬৫-৬৬ চনত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা কৰিছিল।
- ১৯৬৬-৯৯ চনলৈকে গুৱাহাটী ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা কাম কৰিছিল আৰু এই মহাবিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল।[3]
সাহিত্যৰাজি
[সম্পাদনা কৰক]প্ৰবন্ধ প্ৰকাশ
[সম্পাদনা কৰক]- আৱাহন
- ৰামধেনু
- সাদিনীয়া নৱযুগ
- মণিদীপ
- বুধবাৰ
- অগ্ৰদূত
- দৈনিক অসম
- আজিৰ অসম
- নতুন দৈনিক
- গৰীয়সী আদি।[4]
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- হৰেকৃষ্ণ ডেকাৰ সৈতে 'উত্তৰ' সম্পাদনা, ১৯৮৬।
- ড° হীৰেণ গোহাঁই আৰু অনিল ৰায়চৌধুৰীৰ সৈতে 'নতুন পৃথিৱী' সম্পাদনা, ১৯৭১।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), সম্পাদক: বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় সংস্কৰণ ২০১৬, পৃষ্ঠা নং ৪৫৭
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), সম্পাদক: বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় সংস্কৰণ ২০১৬, পৃষ্ঠা নং ৪৫৭