তিতাফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ফ্ল’গাকেণ্ঠাছ পিউবিনাৰ্ভিয়াছ (তিতাফুল)
তিতাফুল গছৰ ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
বৰ্গ: Lamiales
পৰিয়াল: Acanthaceae
গণ: Phlogacanthus
প্ৰজাতি: P. curviflorus
বৈজ্ঞানিক নাম
Phlogacanthus pubinervius
T.Anderson, 1867
সমাৰ্থক
  • Aeschynanthus dunnii H. Lév.
  • Lonicera menelii Levl.

তিতাফুল হৈছে এবিধ সপুষ্পক উদ্ভিদ। ইয়াৰ অন্য নাম বাহক (ৰঙা)। ওখ প্ৰায় ১০-১২ ফুট মান হয়। পাত ডাঙৰ আৰু আগবোৰ জোঙা, জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ফুল ফুলে। ফুলৰ সোৱাদ তিতা।

নাম[সম্পাদনা কৰক]

বাহকৰ সংস্কৃত নাম বাসক, আতাৰুষক, সিংহস্য, বাসিকা। হিন্দীত বগা বাসা, অভুছা, অৰুশি; গুজৰাটীত অডুসা; মাৰাঠীত অডুসা; পাঞ্জাৱীত বংস; তেলেগুত পেডিয়ামানু, আড্ডাচাশমু বোলে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]