সমললৈ যাওক

তিন তাল (তবলা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তিন তাল তবলাৰ এটি তাল। এই তালক তবলাৰ প্ৰধান তাল বুলিব পাৰি।

তিন তালৰ ঠেকা[1]----

ধাধিনধিনধা।
x
ধাধিনধিনধা।
২
ধাতিনতিনতা।
০
তাধিনধিনধা।
৩

বিশেষত্ব

[সম্পাদনা কৰক]

তিন তালত ষোল্ল মাত্ৰা আছে। ইয়াৰ ৪টা বিভাগ, প্ৰতি প্ৰতি বিভাগত ৪ মাত্ৰাকৈ। তালটোৰ প্ৰথম মাত্ৰাত সম্, পঞ্চম আৰু ত্ৰয়োদশ মাত্ৰাত তালি আৰু নৱম মাত্ৰাত খালি। এই তাল প্ৰায় স্বতন্ত্ৰ বাদনত আৰু ভজন আদিত ব্যৱহাৰ কৰা হয়।[2]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ http://raag-hindustani.com/Rhythm.html ৰাগ হিন্দুস্তানী আহৰণ কৰা হৈছে ৩১/৩/২০১৫
  2. ↑ তবলা বিজ্ঞান গ্ৰন্থ