ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এইখন তালিকাত উত্তৰ-পূব ভাৰতৰ ৰাজ্য ত্ৰিপুৰাৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য দিয়া হৈছে।

মুখ্যমন্ত্ৰীসকল[সম্পাদনা কৰক]

ৰাজনৈতিক দলসমূহৰ ৰঙৰ সংকেত
বিধানসভা নং. নাম কাৰ্যকাল আৰম্ভ - সমাপ্তি[1] দল[lower-alpha 1] কাৰ্যকাল
১,[lower-alpha 2] সচীন্দ্ৰ লাল সিং
আগৰতলা সদৰ ২ সমষ্টিৰ বিধায়ক
১ জুলাই ১৯৬৩ (1963-07-01) ১ নৱেম্বৰ ১৯৭১ (1971-11-01) ভাৰতীয় জাতীয় কংগ্ৰেছ ৩০৪৬ দিন
খালি[lower-alpha 3]
(ৰাষ্ট্ৰপতিৰ শাসন)
১ নৱেম্বৰ ১৯৭১ (1971-11-01) ২০ মাৰ্চ ১৯৭২ (1972-03-20) প্ৰযোজ্য নহয়
[lower-alpha 4] সুখময় সেন গুপ্ত
আগৰতলা চহৰ ৩ সমষ্টিৰ বিধায়ক
২০ মাৰ্চ ১৯৭২ (1972-03-20) ৩১ মাৰ্চ ১৯৭৭ (1977-03-31) ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৩৮ দিন
প্ৰফুল্ল কুমাৰ দাস
বামুটিয়া সমষ্টিৰ বিধায়ক
১ এপ্ৰিল ১৯৭৭ (1977-04-01) ২৫ জুলাই ১৯৭৭ (1977-07-25) কংগ্ৰেছ ফৰ ডেম'ক্ৰেচী ১১৬ দিন
ৰাধিকা ৰঞ্জন গুপ্ত
ফটিকৰয় সমষ্টিৰ বিধায়ক
২৬ জুলাই ১৯৭৭ (1977-07-26) ৪ নৱেম্বৰ ১৯৭৭ (1977-11-04) জনতা পাৰ্টী ১০২ দিন
খালি[lower-alpha 3]
(ৰাষ্ট্ৰপতিৰ শাসন)
৫ নৱেম্বৰ ১৯৭৭ (1977-11-05) ৫ জানুৱাৰী ১৯৭৮ (1978-01-05) প্ৰযোজ্য নহয়
৪, ৫ নৃপেন চক্ৰৱৰ্তী
প্ৰমোদনগৰ সমষ্টিৰ বিধায়ক
৫ জানুৱাৰী ১৯৭৮ (1978-01-05) ৫ ফেব্ৰুৱাৰী ১৯৮৮ (1988-02-05) ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) ৩৬৮৪ দিন
সুধীৰ ৰঞ্জন মজুমদাৰ
বৰদোৱালী নগৰ সমষ্টিৰ বিধায়ক
৫ ফেব্ৰুৱাৰী ১৯৮৮ (1988-02-05) ১৯ ফেব্ৰুৱাৰী ১৯৯২ (1992-02-19) ভাৰতীয় জাতীয় কংগ্ৰেছ ১৪৭৬ দিন
সমীৰ ৰঞ্জন বৰ্মন
বিশালগড় সমষ্টিৰ বিধায়ক
১৯ ফেব্ৰুৱাৰী ১৯৯২ (1992-02-19) ১০ মাৰ্চ ১৯৯৩ (1993-03-10) ৩৮৬ দিন
খালি[lower-alpha 3]
(ৰাষ্ট্ৰপতিৰ শাসন)
১১ মাৰ্চ ১৯৯৩ (1993-03-11) ১০ এপ্ৰিল ১৯৯৩ (1993-04-10) প্ৰযোজ্য নহয়
দশৰথ দেৱ
ৰামচন্দ্ৰঘাট সমষ্টিৰ বিধায়ক
১০ এপ্ৰিল ১৯৯৩ (1993-04-10) ১১ মাৰ্চ ১৯৯৮ (1998-03-11) ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) ১৭৯৬ দিন
৮, ৯, ১০, ১১ মাণিক চৰকাৰ
ধনপুৰ সমষ্টিৰ বিধায়ক
১১ মাৰ্চ ১৯৯৮ (1998-03-11) ৯ মাৰ্চ ২০১৮ (2018-03-09)[3] ৭৩০৩ দিন
১২ ১০ বিপ্লৱ কুমাৰ দেৱ
বনমালিপুৰ সমষ্টিৰ বিধায়ক
৯ মাৰ্চ ২০১৮ (2018-03-09) ১৪ মে' ২০২২ (2022-05-14) ভাৰতীয় জনতা পাৰ্টি ২১৮২ দিন
১২ ১১ মাণিক সাহা
১৫ মে' ২০২২ (2022-05-15) বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টি ৬৫৪

টোকা[সম্পাদনা কৰক]

  1. This column only names the chief minister's party. The state government he heads may be a complex coalition of several parties and independents; these are not listed here.
  2. On 1 July 1963, the Territorial Council of Union Territory of Tripura was dissolved and the first Legislative Assembly of the Union Territory of Tripura was constituted. Members of the dissolved Territorial Council became members of the first assembly and permitted to continue for the reminder of their original five year term.
  3. 3.0 3.1 3.2 When ৰাষ্ট্ৰপতিৰ শাসন is in force in a state, its council of ministers stands dissolved. The office of chief minister thus lies খালি. At times, the legislative assembly also stands dissolved.[2]
  4. On 1 February 1972, State of Tripura came into existence constituted from the erstwhile Union Territory of Tripura.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]