সমললৈ যাওক

দক্ষিণ গাৰো পাৰ্বত্য জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


দক্ষিণ গাৰো পাৰ্বত্য জিলা
দক্ষিণ গাৰো
মেঘালয়ৰ দক্ষিণ গাৰো পাৰ্বত্য জিলাৰ অৱস্থান
মেঘালয়ৰ দক্ষিণ গাৰো পাৰ্বত্য জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মেঘালয়
স্থাপিত ১৯৯২
মুখ্যালয় বাঘমৰা, ভাৰত
চৰকাৰ
 • Vidhan Sabha constituencies
কালি
 • মুঠ
১,৮৫০ বৰ্গকিমি (৭১০ বৰ্গমাইল)
জনসংখ্যা
 (২০১১)
 • মুঠ
১,৪২,৩৩৪
 • ঘনত্ব ৭৭/km (২০০/sq mi)

দক্ষিণ গাৰো পাৰ্বত্য (ইংৰাজী: South Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ বাঘমৰাত অৱস্থিত। ২০০১ চন অনুসৰি ই মেঘালয়ৰ সকলোতকৈ কম জনবহুলৰ জিলা (out of 7)।[1] জিলাখন ১৯৯২ চনত প্ৰতিষ্ঠিত হৈছিল।

বাঘমৰা দক্ষিণ গাৰো পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ১৮৫০ বৰ্গ কিলোমিটাৰ। দক্ষিণ গাৰো পাৰ্বত্য জিলাত তেতিয়া ৫টা বিধানসভা কেন্দ্ৰ আছিল যদিও বৰ্তমানে ইয়াৰ সংখ্যা হ’ল ৩টা।

প্ৰশাসনিক বিভাগসমূহ

[সম্পাদনা কৰক]

দক্ষিণ গাৰো পাৰ্বত্য জিলাখন চাৰিটা ব্লকত বিভক্ত:[2]

নাম মুখ্যালয় জনসংখ্যা স্থিতি
বাঘমৰা বাঘমৰা, ভাৰত
চোকপোত চোকপোত
গাচুৱাপাৰা নাগাৰাজৰা
ৰঙাৰা ৰঙাৰা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India (2011) (English ভাষাত) (PDF). Meghalaya Administrative Divisions (Map). http://censusindia.gov.in/2011census/maps/administrative_maps/MEGHALAYA.pdf। আহৰণ কৰা হৈছে: 2011-09-29. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

আধিকাৰিক ৱেবছাইট


এই প্ৰবন্ধটো এই মেঘালয়ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।