দাৰুল উলুম আহলে ছুন্নাত ক্বাছিমিয়া মাদ্ৰাছা
অৱয়ব
দাৰুল উলুম আহলে ছুন্নাত ক্বাছিমিয়া মাদ্ৰাছা ( ইংৰাজী : Darul Uloom Ahle Sunnat Qasimia Madrasa) [1]
হ'ল ছুন্নাত আল-জামাত হাফিজী আৰু খাৰিজী মাদ্ৰাছা লগতে বিদ্যালয় শিক্ষাৰ প্ৰতিষ্ঠান। এইখন মাদ্ৰাছা শোণিতপুৰ জিলাৰ প্ৰথম ছুন্নাত আল-জামাত মাদ্ৰাছা শিক্ষা ব্যৱস্থা ঢেকীয়াজুলিৰ ৰহমানপুৰ অৱস্থিত। প্ৰতিষ্ঠা কৰে মৌলানা মহম্মদ মুন্তাজ আহমেদ আৰু উত্তৰ প্ৰদেশৰ সুখ্যাত ইছলামিক পণ্ডিত মৌলানা ছৈয়দ হামিদ হাছান জিলানী।
ইতিহাস
[সম্পাদনা কৰক]এই মাদ্ৰাছাখন গঢ়ি উঠে ১৯৮০ চনত শোণিতপুৰ জিলাত । সেই সময়ৰ দেওবন্দী আৰু চুন্নী জামাত সমাজৰ এক মহত্ব পূৰ্ণ প্ৰত্যাহ্বানত ।
- ↑ DUASQM