দিব্যা প্ৰভা
দিব্যা প্ৰভা | |
---|---|
২০২৪ চনত দিব্যা প্ৰভা | |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৩ – বৰ্তমান |
উল্লেখযোগ্য কৰ্ম | অল উই ইমাজিন এছ লাইট |
দিব্য প্ৰভা (ইংৰাজী: Divya Prabha) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মালায়লম ছবিত অভিনয় কৰে। স্বতন্ত্ৰ ছবি আৰিয়্পু (২০২২) আৰু অল উই ইমাজিন এজ লাইট (২০২৪)ত অভিনয় কৰিছে।
কৰ্মজীৱন
[সম্পাদনা কৰক]দিব্যা প্ৰভাই টেক অফ[1]আৰু থামাছা ছবিত অভিনয় কৰি দৰ্শক আৰু সমালোচক উভয়ৰে মনোযোগ লাভ কৰে।[2] ২০১৫ চনত তেওঁ টিভি ধাৰাবাহিক ঈশ্বৰ সাক্ষিয়ায়ীত অভিনয় কৰি শ্ৰেষ্ঠ দ্বিতীয় অভিনেত্ৰীৰ বাবে কেৰালা ৰাজ্যিক টেলিভিছন বঁটা লাভ কৰে।[3]২০২২ চনৰ লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত মহেশ নাৰায়ণনৰ পৰিচালনাত নিৰ্মিত আৰিয়্পু ছবিৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত দিব্যা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হয়।[4] ২০২২ চনৰ ৪ আগষ্টত ৭৫ সংখ্যক লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ কনকৰ্চো ইণ্টাৰনেছনেল (আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অংশ)ত এই ছবিখনৰ প্ৰিমিয়াৰ হয়, য'ত ছবিখন গোল্ডেন লিঅ'পাৰ্ডৰ বাবে মনোনীত কৰা হয়। ২০২২ চনৰ ১৬ ডিচেম্বৰত নেটফ্লিক্সত এই ছবিখনে বিশ্বব্যাপী মুক্তি লাভ কৰে। ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত পাম ডি অৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা আৰু গ্ৰেণ্ড প্ৰিক্স লাভ কৰা অল উই ইমাজিন এজ লাইট (পায়ল কাপাডিয়াৰ পৰিচালিত) ছবিখনত তেওঁ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰে।[5]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]
এতিয়াও মুক্তি লাভ কৰা নাই |
বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা | তথ্যসূত্ৰ |
---|---|---|---|---|
২০১৩ | লোকপাল | বিপণন কৰ্মী | ||
মুম্বাই পুলিচ | সাংবাদিক | |||
কোল্ড ষ্টৰেজ | প্ৰিন্সী | |||
ছিম | কোমলম | |||
২০১৪ | ইতিহাসা | আন | ||
কায়ল | দিব্যা | তামিল ছবি | ||
ভায়া ভায়া | কোৰাহৰ জীয়েক | |||
পিয়ানিষ্ট | লেক্সমী | |||
২০১৬ | ভেট্টাহ | আশা | ||
২০১৭ | টেক অফ | জিনছি | ||
২০১৮ | কাম্মাৰা সম্ভৱম | কমলা | ||
ননচেন্স | নাৰ্চ | |||
২০১৯ | প্ৰাথী পোভাংকঝী | জল্লী | ||
থামাচা | শিক্ষয়িত্ৰী ববিতা | |||
২০২১ | নিঝাল | ড০ শালিনী | [6] | |
মালিক | আয়েশ | |||
কড়িয়িল অড়াভান | অৰুলমঝী | তামিল ছবি | ||
২০২২ | আৰিয়প্পী | ৰেশ্মী | মুখ্য চৰিত্ৰ | [7] |
২০২৩ | ফেমিলী | ৰাণী | [8] | |
২০২৪ | অল উই ইমাজিন এজ লাইট | অনু | [9] |
থিয়েটাৰ
[সম্পাদনা কৰক]- ২০১৯: এ ভেৰি নৰমেল ফেমিলি (মলিয়াম্মা)
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]কেৰেলা ৰাজ্যিক টেলিভিছন বঁটা
[সম্পাদনা কৰক]- ২০১৫: শ্ৰেষ্ঠ দ্বিতীয় অভিনেত্ৰীৰ বাবে কেৰালা ৰাজ্যিক টেলিভিছন বঁটা– ঈশ্বৰ সাক্ষ্যয়ী (মালয়ালম ছ'প অপেৰা - ফুল টিভি)[10]
লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
[সম্পাদনা কৰক]- আৰিয়প্পু (২০২২) ছবিৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনয়ন লাভ৷[11]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Nair, Vidya (27 April 2017). "The Best 'Take Off'" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/entertainment/mollywood/270417/the-best-take-off.html। আহৰণ কৰা হৈছে: 8 July 2021.
- ↑ Mythily Ramachandran (26 June 2019). "'Thamaasha' stars on bringing unlikely heroes into the spotlight". Gulf News. https://gulfnews.com/entertainment/south-indian/thamaasha-stars-on-bringing-unlikely-heroes-into-the-spotlight-1.64849436.
- ↑ "'Eswaran Sakshiyayi' wins five State Awards". The Times of India. 2016-06-11. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/malayalam/eswaran-sakshiyayi-wins-five-state-awards/articleshow/52701545.cms.
- ↑ "Kunchacko Boban, Mahesh Narayanan on Locarno Competition Title 'Ariyippu' (EXCLUSIVE)". 3 August 2022. https://variety.com/2022/film/news/kunchacko-boban-mahesh-narayanan-locarno-ariyippu-1235330457/amp/.
- ↑ Ramachandran, Naman; Keslassy, Elsa (13 September 2024). "Cannes Winner 'All We Imagine as Light' at Center of Oscar Entry Battle Between France and India (EXCLUSIVE)". Variety. https://variety.com/2024/film/asia/all-we-imagine-as-light-oscar-france-india-1236143009/.
- ↑ "Nizhal: Trailer of Kunchacko Boban - Nayanthara film out" (en ভাষাত). Cinema Express. 29 March 2021. https://www.cinemaexpress.com/videos/trailers/2021/mar/29/nizhal-trailer-of-kunchacko-boban-nayanthara-film-out-23665.html। আহৰণ কৰা হৈছে: 2023-12-28.
- ↑ "Mahesh Narayanan's Ariyippu selected for Locarno Film Festival contest". 7 July 2022. https://www.thenewsminute.com/article/mahesh-narayanan-s-ariyippu-selected-locarno-film-festival-contest-165631?amp.
- ↑ "Family movie review: Don Palathara's stellar film exposes how family, religious institutions and society create a safe space for predators" (en ভাষাত). The Indian Express. 2023-12-13. https://indianexpress.com/article/entertainment/movie-review/family-movie-review-don-palathara-stellar-film-exposes-family-religious-institutions-society-safe-space-predators-9067250/। আহৰণ কৰা হৈছে: 2023-12-28.
- ↑ "All We Imagine As Light: Indian Film To Compete For Palme D'Or At The Cannes Film Festival" (en ভাষাত). Forbes India. https://www.forbesindia.com/article/lifes/all-we-imagine-as-light-indian-film-to-compete-for-palme-dor-at-the-cannes-film-festival/92551/1। আহৰণ কৰা হৈছে: 2024-05-23.
- ↑ "'Eswaran Sakshiyayi' wins five State Awards". The Times of India. 2016-06-11. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/malayalam/eswaran-sakshiyayi-wins-five-state-awards/articleshow/52701545.cms.
- ↑ "Kunchacko Boban, Mahesh Narayanan on Locarno Competition Title 'Ariyippu' (EXCLUSIVE)". 3 August 2022. https://variety.com/2022/film/news/kunchacko-boban-mahesh-narayanan-locarno-ariyippu-1235330457/amp/.