দীক্ষু শৰ্মা
অৱয়ব
| দীক্ষু শৰ্মা | |
|---|---|
| জন্ম | ১ জুলাই , ১৯৮২[উদ্ধৃতিৰ প্ৰয়োজন] |
| বাসগৃহ | গুৱাহাটী |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| পেচা | গায়ক সংগীত পৰিচালক |
| জনা যায় | আহ ঐ আহ |
| দাম্পত্যসঙ্গী | বিজেয়িতা পাটগিৰি |
দীক্ষু শৰ্মা এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া গীতৰ লগতে হিন্দী আৰু বঙালী গীততো কণ্ঠদান কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন]