দেওধাই লিপি
অৱয়ব
- এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক।
দেওধাই লিপি বৰ্তমানে এক বিলুপ্ত লিপি, যিটো কিছু বিশেষজ্ঞৰ অনুসৰি কছাৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত আছিল।[1] বিষ্ণুপ্ৰসাদ ৰাভাই ডিমাপুৰ অঞ্চলৰ পৰা অন্য কোনো লিপিৰ সৈতে মিল নথকা এক লিপিৰ কিছু নমুনা উদ্ধাৰ কৰিছিল আৰু ইয়াক দেওধাই লিপিৰ নামাকৰণ কৰিছিল।[2] বিষ্ণুপ্ৰসাদ ৰাভাৰ অনুসৰি দেওধাই লিপি আৰু প্ৰাচীন ব্ৰাহ্মী লিপিৰ মাজত মিল দেখা যায়। কছাৰী জনগোষ্ঠীৰ ভাষাসমূহ লিখিবৰ বাবে বিৰ্তমান ৰোমান লিপি আৰু দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা হয়।[2][3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Battle of the Bodo language". Merinews. 2007-12-12. Archived from the original on 2013-06-12. https://web.archive.org/web/20130612065652/http://www.merinews.com/article/battle-of-the-bodo-language/128494.shtml। আহৰণ কৰা হৈছে: 2012-04-09.
- ↑ 2.0 2.1 "CHAPTER-III PEOPLE". Gazetteer of India Assam State: Vol-01. Scripts. Archived from the original on 2018-04-04. https://web.archive.org/web/20180404011102/http://online.assam.gov.in/web/guest%20/people?webContentId=174771। আহৰণ কৰা হৈছে: 2019-01-26.
- ↑ "Bishnu Rabha's collection of Deodhai script". Archived from the original on 2018-04-04. https://web.archive.org/web/20180404011102/http://online.assam.gov.in/web/guest%20/people?webContentId=174771। আহৰণ কৰা হৈছে: 2019-01-26.Assam Online