দেওধাই লিপি
এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক।
দেওধাই লিপি বৰ্তমানে এক বিলুপ্ত লিপি, যিটো কিছু বিশেষজ্ঞৰ অনুসৰি কছাৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত আছিল।[1] বিষ্ণুপ্ৰসাদ ৰাভাই ডিমাপুৰ অঞ্চলৰ পৰা অন্য কোনো লিপিৰ সৈতে মিল নথকা এক লিপিৰ কিছু নমুনা উদ্ধাৰ কৰিছিল আৰু ইয়াক দেওধাই লিপিৰ নামাকৰণ কৰিছিল।[2] বিষ্ণুপ্ৰসাদ ৰাভাৰ অনুসৰি দেওধাই লিপি আৰু প্ৰাচীন ব্ৰাহ্মী লিপিৰ মাজত মিল দেখা যায়। কছাৰী জনগোষ্ঠীৰ ভাষাসমূহ লিখিবৰ বাবে বিৰ্তমান ৰোমান লিপি আৰু দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা হয়।[2][3]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Battle of the Bodo language". Merinews. 2007-12-12. http://www.merinews.com/article/battle-of-the-bodo-language/128494.shtml। আহৰণ কৰা হৈছে: 2012-04-09.
- ↑ 2.0 2.1 "CHAPTER-III PEOPLE". Gazetteer of India Assam State: Vol-01. Scripts. http://online.assam.gov.in/web/guest%20/people?webContentId=174771.
- ↑ "Bishnu Rabha's collection of Deodhai script". http://online.assam.gov.in/web/guest%20/people?webContentId=174771.Assam Online