দেৱদাৰু
অৱয়ব
দেৱদাৰু Polyalthia longifolia | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Magnoliids |
বৰ্গ: | Magnoliales |
পৰিয়াল: | Annonaceae |
গণ: | Polyalthia |
প্ৰজাতি: | P. longifolia |
বৈজ্ঞানিক নাম | |
Polyalthia longifolia Sonn. |
দেৱদাৰু (Polyalthia longifolia) একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। দেৱদাৰু দীঘলীয়াকৈ শংকু আকাৰত বাঢ়ি যায় বাবে ঘৰৰ বাগিচা পদূলি আদিত সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোৱা হয়। হিমালয় পৰ্বতৰ উপত্যকাত এই গছবিধ যথেষ্ট পৰিমাণে দেখা পোৱা যায়।[1]
বিৱৰণ
[সম্পাদনা কৰক]দেৱদাৰু এবিধ আকৃতিত মেজি ঘৰটোৰ দৰে জোঙা হৈ ক্ৰমে ওপৰলৈ আগবঢ়া চিৰসেউজীয়া গছ। হিমালয়ৰ উত্তৰআঞ্চল, তিব্বত আৰু নেপালত ১৫০০ মি,-৩২০০ মি, উচ্ছতাত এই গছবিধ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পাতবোৰ বেজিৰ দৰে জোঙা।
ব্যৱহাৰ
[সম্পাদনা কৰক]চিত্ৰ ভাণ্ডাৰ
[সম্পাদনা কৰক]-
দেৱদাৰু গছৰ বীজ
-
দেৱদাৰু গাছৰ পাত
-
দেৱদাৰু গছৰ ফুল
-
দেৱদাৰুৰ গা-গছ
-
দেৱদাৰুৰ ফল
-
দেৱদাৰুৰ পুলি গছ