দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী
দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী | |
---|---|
লেখক | মকৰণ্ড পাৰাঞ্জপে |
দেশ | ভাৰত |
ভাষা | ভাৰতীয় ইংৰাজী |
দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী (ইংৰাজী: The Death and Afterlife of Mahatma Gandhi) হ'ল ভাৰতীয় লেখক মকৰণ্ড পাৰাঞ্জপেই লিখা আৰু পেঙ্গুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰা এখন বাস্তৱভিত্তিক কিতাপ।[1][2][3] গান্ধীৰ হত্যাকাণ্ডক লৈ হোৱা বিশ্লেষণ আৰু হত্যাকাণ্ডৰ পিছৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কিতাপখন লিখা হৈছে।[4]
প্ৰকাশন
[সম্পাদনা কৰক]কিতাপখন লিখক তথা অধ্যাপক মকৰণ্ড পাৰাঞ্জপেই লিখিছে আৰু এইখন প্ৰকাশ কৰিছে পেঙ্গুইন ৰেণ্ডম হাউচ, ভাৰতে। কিতাপখনত ৩৩১টা পৃষ্ঠা আছে।[1]
পৰ্যালোচনা
[সম্পাদনা কৰক]গান্ধীবাদী পণ্ডিত ত্ৰিদিপ চুৰুদে ইণ্ডিয়া টুডে আলোচনীত কিতাপখনৰ প্ৰশংসা কৰিছে।[5] চুৰুদৰ মতে, মহাত্মাৰ নিধনৰ লগত জড়িত সকলো স্মৃতি আৰু মহাত্মাৰ হৈ আমাৰ প্ৰতিনিধিত্ব পাৰাঞ্জপেই তন্নতন্নকৈ পৰীক্ষা কৰাৰ ইচ্ছা ৰাখিছে।[5]
সুকুমাৰ মুৰুলীধৰণ নামৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভাঞ্চ ষ্টাডিজৰ এগৰাকী ফেল'ই বিজনেচ লাইনত কিতাপখনৰ পৰ্যালোচনা লিখিছে।[4]
শিৰশ্ৰী বসুৱে টেলিগ্ৰাফ ইণ্ডিয়াত লিখিছে যে পাৰাঞ্জপেই এই অধ্যয়ন দুঃসাহসিক।[6]
ফ্ৰী প্ৰেছ জাৰ্নালৰ সাংবাদিকে লিখিছে, নিধনক পুনৰ নিৰ্মাণ কৰিবলৈ লিখকে আগতে নেদেখা ঐতিহাসিক তথ্যৰ ব্যৱহাৰ কৰিছে।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Book review: Mahatma Gandhi’s killing was an act of Love Jihad" (en-US ভাষাত). The Indian Express. 2016-05-06. https://indianexpress.com/article/lifestyle/books/book-review-mahatma-gandhis-killing-was-an-act-of-love-jihad-2787318/। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ "8 Books on Mahatma Gandhi every Indian should read" (en ভাষাত). The Times of India. 2019-10-01. https://timesofindia.indiatimes.com/life-style/books/features/8-books-on-mahatma-gandhi-every-indian-should-read/photostory/71393566.cms। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ "In the Name of the Father" (en-US ভাষাত). The Indian Express. 2015-04-04. https://indianexpress.com/article/lifestyle/books/in-the-name-of-the-father-9/। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ 4.0 4.1 Muralidharan, Sukumar. "Mahatma lives on" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/blink/read/mahatma-lives-on/article7259244.ece। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ 5.0 5.1 February 13, Tridip Suhrud; February 23, 2015 ISSUE DATE:; February 13, 2015UPDATED:; Ist, 2015 14:42. "Makarand Paranjape makes an inquiry into why we have turned Gandhi's assassination into martyrdo" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/books/story/20150223-death-and-afterlife-mahatma-gandhi-r-paranjape-book-review-817547-2015-02-13। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ "The ghost who still walks" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/opinion/the-ghost-who-still-walks/cid/1439344। আহৰণ কৰা হৈছে: 2020-03-04.
- ↑ "The Death and Afterlife of Mahatma Gandhi" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/book-reviews/the-death-and-afterlife-of-mahatma-gandhi। আহৰণ কৰা হৈছে: 2020-03-04.