ধুবুৰী ৰেল ষ্টেচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ধুবুৰী ৰেলৱে ষ্টেচনৰ পৰা পুনঃনিৰ্দেশিত)

ধুবুৰী
ভাৰতীয় ৰেল ষ্টেচন
ষ্টেচনৰ তথ্য
ঠিকনা মৌজা নং ১৪, ষ্টেচন পথ, বিদ্যাপাৰা, ধুবুৰী, অসম
ভাৰত
স্থানাংক 26°01′23″N 89°58′40″E / 26.0229475°N 89.9777464°E / 26.0229475; 89.9777464
উচ্চতা ৩০ মিটাৰ (98 ফুট)
লাইন ফকিৰাগ্ৰাম-ধুবুৰী শাখা লাইন
গঠনৰ প্ৰকাৰ ভূমিৰ ওপতৰ নিৰ্ভৰ
প্লে'টফৰ্ম
পাৰ্কিং উপলব্ধ
চাইকেলৰ সুবিধা উপলব্ধ নহয়
আন তথ্য
মুকলি ১৯০৩
বন্ধ ১৯৮৮
পুনঃনিৰ্মাণ ২০১০
ষ্টেচন ক'ড ডিবিবি (DBB)
মণ্ডল উত্তৰ-পূব সীমান্ত ৰেলৱে
ডিভিজন আলিপুৰদুৱাৰ
অধিকাৰিত্ব ভাৰতীয় ৰেল
ষ্টেচন স্থিতি কাৰ্যকৰী
পূৰ্বতে ইষ্টাৰ্ণ বেংগল ৰেলৱে
অৱস্থান
ধুবুৰী ৰেল ষ্টেচন is located in Assam
অসমৰ মানচিত্ৰত ধুবুৰী ৰেল ষ্টেচনৰ অৱস্থান

ধুবুৰীৰ ফকিৰাগ্ৰাম-ধুবুৰী শাখা লাইনৰ টাৰ্মিনাল ৰেল ষ্টেচন। এইটো নতুন কোচবিহাৰ-গোলোকগঞ্জ শাখা লাইনৰ সৈতেও যুক্ত। ধুবুৰীক যোগীঘোপাৰ লগত যুক্ত কৰিবলৈ এটা নতুন লাইন স্থাপন কৰা হৈ আছে। এইটো ভাৰতঅসম ৰাজ্যৰ ধুবুৰী জিলাব্ৰহ্মপুত্ৰ নদীৰ পশ্চিম পাৰত অৱস্থিত।

ধুুুুুুবুৰী ৰেল জংচন।

ভূগোল[সম্পাদনা কৰক]

ধুবুৰী জিলা অসমৰ দক্ষিণ-পশ্চিম দিশ দখল কৰি আছে। এইটো বাংলাদেশ আৰু ভাৰতপশ্চিমবঙ্গ আৰু মেঘালয়ৰ ৰাজ্যৰ সীমাত। ব্ৰহ্মপুত্ৰ নদীয়ে জিলাখনক দুটা ভাগত ভাগ কৰিছে। গংগাধৰ, গৌৰাঙ্গ, টিপকাই, উত্তৰে চম্পাৱতি আৰু দক্ষিণে জিনজিৰাম, জিনাৰী আৰু কালু প্ৰভৃতি ব্ৰহ্মপুত্ৰৰ উপনদীবোৰ এই অঞ্চলত বানপানীৰ প্ৰধান অৱদানকাৰী।[1][2]

ইতিহাস[সম্পাদনা কৰক]

ফকিৰাগ্ৰাম-ধুবুৰী লাইনখন ১৬,৭৬ মিমি (৫ ফুট ৬ ইঞ্চি) বহল ব্ৰডগজত ৰূপান্তৰ কৰাৰ পিছত ২০১০ চনৰ ছেপ্টেম্বৰত খোলা হৈছিল। ধুবুৰী ৰেল ষ্টেচন প্ৰথমছোৱাত ১৯০৪ চনত আৰম্ভ কৰা হৈছিল। বানপানীয়ে ১৯৮৮ চনত ট্ৰেকবোৰ উটুৱাই নিছিল। ২০১০ চনত গজ ৰূপান্তৰ কৰাৰ পিছত ৬৬ কিলোমিটাৰ (৪১ মাইল) দৈৰ্ঘ্য লাইন প্ৰস্তুত কৰা হৈছিল।[3][4]

ষাঠিৰ দশক লৈকে 1,000 mm (3 ft 3 38 in) বহল মিটাৰ গজ ৰেল সংযোগ আছিল কোচবিহাৰৰ পৰা ধুবুৰী-গোলোকগঞ্জ হৈ। এইখন তেতিয়া অসম লাইন ৰেলৱে পৰিসেৱা হিচাপে জনাজাত আছিল। দেশ বিভাজনৰ পাছতো এইটো পূৰ্ব পাকিস্তানক যুক্ত কৰিছিল। কিন্তু, সত্তৰৰ দশকত গদাধৰৰ উপৰে দি ৰেল-কাম-ৰোড দলং ভাঙি যোৱাৰ ফলত এই যোগসূত্ৰটো শেষ হৈছিল। দলংখন পুনঃনিৰ্মাণ কৰা হৈছে আৰু ট্ৰেকটো আকৌ ব্ৰডগজ হিচাপে স্থাপন কৰা হৈছে।[5] ধুবুৰী-নতুন জলপাইগুড়ি ইণ্টাৰচিটি এক্সপ্ৰেছ আলিপুৰদুৱাৰ জংচনৰ মাজত ২০১২ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Dhubri district at a glance". Dhubri district administration. Archived from the original on 12 May 2013. https://web.archive.org/web/20130512122951/http://dhubri.nic.in/। আহৰণ কৰা হৈছে: 11 May 2013. 
  2. "District Disaster Management Plan of Dhubri". Dhubri district administration. http://dhubri.gov.in/DMPLan1_Dhubri_Final_Approved.pdf। আহৰণ কৰা হৈছে: 11 May 2013. 
  3. "Mamata flags off two trains- Dhubri-Kamakhya link after 22-year wait". The Telegraph, 14 September 2010. http://www.telegraphindia.com/1100914/jsp/northeast/story_12931692.jsp। আহৰণ কৰা হৈছে: 11 May 2013. 
  4. "23 yr wait for train to end soon". The Telegraph, 7 April 2010. http://www.telegraphindia.com/1100407/jsp/northeast/story_12303319.jsp। আহৰণ কৰা হৈছে: 11 May 2013. 
  5. "Dhubri-Bengal Link Soon". The Telegraph, 29 December 2011. http://www.telegraphindia.com/1111229/jsp/northeast/story_14936704.jsp। আহৰণ কৰা হৈছে: 11 May 2013. 
  6. "Two new trains flagged off". The Telegraph, 12 February 2012. http://www.telegraphindia.com/1120212/jsp/northeast/story_15123443.jsp#.UYzeD0qDet8। আহৰণ কৰা হৈছে: 11 May 2013.