সমললৈ যাওক

নতুনেৰ গান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাংলাদেশৰ জাতীয় ৰণ-সংগীত
নতুনেব় গান
ইংৰাজী শীৰ্ষক: The Song of Youth
Natunēra gāna

 বাংলাদেশৰ জাতীয় (ৰণ) সংগীত
গীতিকাৰ কাজী নজৰুল ইছলাম, ১৯২৮
সুৰকাৰ কাজী নজৰুল ইছলাম, ১৯২৮
গ্ৰহণৰ তাৰিখ ১৩ জানুৱাৰী ১৯৭২
কাজী নজৰুল ইছলাম, গানটোৰ ৰচক তথা সুৰকাৰ

নতুনেৰ গান (বঙালী: নতুনেব় গান, ইংৰাজী: The Song of Youth) হ'ল ১৯২৯ চনত বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলামৰ দ্বাৰা ৰচিত তথা সুৰাৰোপিত সন্ধ্যা কাব্যগ্ৰন্থৰ অন্তৰ্গত এটা গান। দাদৰা তালৰ এই সংগীতটো ১৯৭২ চনৰ ১৩ জানুৱাৰীত অনুষ্ঠিত বাংলাদেশৰ তৎকালীন মন্ত্ৰীসভাৰ প্ৰথম বৈঠকত বাংলাদেশৰ ৰণ-সংগীত হিচাপে নিৰ্বাচন কৰা হয়।[1] বাংলাদেশৰ যিকোনো সামৰিক অনুষ্ঠানত এই গানটোৰ প্ৰথম ২১ শাৰী যন্ত্ৰসংগীতত বজোৱা হয়।[2][3] “নতুনেৰ গান” শিৰোনামাত গানটো শিক্ষা কাকতত প্ৰথমে প্ৰকাশিত হয়। তাৰ পাছত সন্ধ্যা কাব্যগ্ৰন্থৰ অন্তৰ্ভুক্ত হয়। দ্যা ডেইলি ষ্টাৰে এই গানটোক জাতীয় মিলিটাৰী গান হিচাপে স্বীকৃতি দিছে।[4]

১৯২৮ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নজৰুল মুছলিম সাহিত্য সমাজৰ দ্বিতীয় বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ঢাকালৈ আহে। ঢাকাত ছৈয়দ আবুল হোছেইনৰ বাসভৱনত থকা সময়ছোৱাত নজৰুলে এই গানটো ৰচনা কৰে।[5]

গীতৰ কথা

[সম্পাদনা কৰক]
  • বাংলা: [6][7]

    চল্‌ চল্‌ চল্‌

    ঊৰ্দ্ধ গগনে বাজে মাদল
    নিম্নে উতলা ধব়ণী-তল
    ব়ুণ প্ৰাতেব়ব়ুণ দল
    চল্‌ ব়ে চল্‌ ব়ে চল্‌
    চল্‌ চল্‌ চল্‌।।

    ঊষাব় দুয়াব়ে হানি আঘাত
    আমব়া আনিব ব়াঙা প্ৰভাত
    আমব়া টুটাব তিমিব় ব়াত,
    বাঁধাব় বিন্ধ্যা চল।।

    নব নবীনেব় গাহিয়া গান
    সজীব কব়িব মহাশশ্মান
    আমব়া দানিব নতুন প্ৰাণ
    বাহুতে নবীন বল।।

    চলব়ে নওজোয়ান
    শোনব়ে পাতিয়া কান-
    মৃত্যু-তোব়ণ-দুয়াব়ে-দুয়াব়
    জীবনেব় আহ্বান
    ভাঙ্গব়ে ভাঙ্গ আগল
    চল্‌ ব়ে চল্‌ ব়ে চল্‌
    চল্‌ চল্‌ চল্‌।।

  • অসমীয়া লিপি:

    চল চল চল

    উৰ্দ্ধ গগনে বাজে মাদল
    নিম্নে উতলা ধৰণী তল
    অৰুণ প্ৰাতেৰ তৰুণ দল
    চলৰে চলৰে চল
    চল চল চল।।

    ঊষাৰ দুৱাৰে হানি আঘাত
    আমৰা আনিব ৰাঙা প্ৰভাত
    আমৰা টুটাব তিমিৰ ৰাত
    বাধাৰ বিন্ধ্যা চল।।

    নব নবীনেৰ গাহিয়া গান
    সজীৱ কৰিব মহাশশ্মান
    আমৰা দানিব নতুন প্ৰাণ
    বাহুতে নবীন বল

    চলৰে নজোৱান,
    শোণৰে পাতিয়া কান
    মৃত্যু তোৰণ দুৱাৰে দুৱাৰে
    জীৱনেৰ আহ্বান
    ভাঙ্গৰে ভাঙ্গ আগল
    চল ৰে চল ৰে চল।।
    চল চল চল

  • ইংৰাজী অনুবাদ: [8]

    March, March, March

    By a drum beat to a heavenly height
    From earth beneath and soil's blight
    Youth rise in the dawn's light,
    Left, now, now, right!
    March, March, March

    Through dawn's door, a shattering blow
    We will bring daybreak, scarlet in glow;
    We will destroy the gloom of the night
    And hindering mountain height,

    The youngest of young, a song will sing;
    From buried bones we raise the living;
    We are the ones, new life will bring
    With a new arm of might.

    Soldier, take your stand,
    A heartening ear now bend;
    Doors that lead to death's portal,
    A call to life extend!
    Break all doors tight
    and march, left and right!
    March, March, March

ক'ৰাছ:[9]

  • বাংলা:

    ঊৰ্ধ্ব আদেশ হানিছে বাজ,
    শহীদী-ঈদেব় সেনাব়া সাজ,
    দিকে দিকে চলে কুচ-কাওয়াজ—
    খোল ব়ে নিদ-মহল!

    কবে সে খেয়ালী বাদশাহী,
    সেই সে অতীতে আজো চাহি'
    যাস মুসাফিব় গান গাহি'
    ফেলিস অশ্ৰুজল।

    যাক ব়ে তখত-তাউস
    জাগ ব়ে জাগ বেহুঁশ।
    ডুবিল ব়ে দেখ কত পাব়স্য
    কত ব়োম গ্ৰিক ব়ুশ,
    জাগিল তা'ব়া সকল,
    জেগে ওঠ হীনবল!
    আমব়া গড়িব নতুন কব়িয়া
    ধুলায় তাজমহল!
    চল্‌ চল্‌ চল্।।

  • অসমীয়া লিপি:

    উৰ্দ্ধ আদেশ হানিছে বাজ,
    ছহিদী-ঈদেৰ সেনাৰা সাজ,
    দিকে দিকে চলে কুচকাৱাজ--
    খোল ৰে নিদ-মহল!

    কবে সে খেয়ালী বাদশ্বাহী,
    সেই সে অতীতে আজো চাহি
    যাস মুছাফিৰ গান গাহি
    ফেলিস অশ্ৰুজল

    জাগ ৰে তখত-তাউচ
    জাগ ৰে জাগ বেহোচ।
    ডুবিলো ৰে দেখ কত পাৰস্য
    কত ৰোম গ্ৰীক ৰুছ,
    জাগিলো তাৰাসকল,
    জেগে ওঠ হীনবল!
    আমৰা গৰিব নতুন কৰিয়া
    ধুলায় তাজমহল!
    চল চল চল।।

  • ইংৰাজী অনুবাদ: [10][11]

    On high the ery to charge is made,
    the martyr's captain for battle's arrayed;
    In every direction, a marching parade
    roushing the drowsy from night.

    When did that ancient kingdom vanish away?
    We want that ancient age today.
    The troubadours song, we will sing and play.
    weep with all your might!

    Shed now, the pompous throne Awaken,
    O you heedless drone!
    See how the Persian rule sank down,
    and Russia and Greece and Rome.
    They all awoke to fight;
    You feeble, now ignite!
    From the dust, we will build anew
    the Taj Mahal! Unite!
    Left. right, Left, right!
    March, March, March

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ বিৱৰণী
  2. "knowledge bank". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304221410/http://knowledgebankbd.com/index.php/study/ssc/35-general-knowledge/bangladesh/77-national-symbol-flag-a-anthems আহৰণ কৰা হৈছে: 2016-11-25.
  3. সংক্ষেপে বাংলাদেশ
  4. "বাংলাহিলি". Archived from the original on 2020-05-08. https://web.archive.org/web/20200508224954/http://banglahili.com/%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A6%B0%E0%A6%A3-%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%9F/622-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%87%E0%A6%B0-%E0%A6%B0%E0%A6%A3-%E0%A6%B8%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A7%80%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%B6%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%AC%E0%A6%B2%E0%A7%80 আহৰণ কৰা হৈছে: 2016-11-25.
  5. "বাংলাহিলি". Archived from the original on 2020-05-08. https://web.archive.org/web/20200508224954/http://banglahili.com/%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A6%B0%E0%A6%A3-%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%9F/622-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%87%E0%A6%B0-%E0%A6%B0%E0%A6%A3-%E0%A6%B8%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A7%80%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%B6%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%AC%E0%A6%B2%E0%A7%80 আহৰণ কৰা হৈছে: 2016-11-25.
  6. "চল্‌ চল্ চল্". NazrulGeeti.org. http://nazrulgeeti.org/index.php?option=com_content&view=article&id=55:2012-09-19-17-54-18&catid=12:2012-09-19-17-53-25&Itemid=1 আহৰণ কৰা হৈছে: 2013-09-23.
  7. "চল্‌ চল্ চল্". Rebelpoetnazrul. http://rebelpoetnazrul.weebly.com/uploads/3/9/3/1/3931169/sandhya.pdf আহৰণ কৰা হৈছে: 2013-09-23.
  8. "Marching Song". Nazrul.org. http://www.nazrul.org/nazrul_works/poems_lyrics/thorpe_marching.htm আহৰণ কৰা হৈছে: 2013-09-23.
  9. "চল্‌ চল্ চল্". নজৰুলগীতি.অৰ্গ. http://dukhumiah.blogspot.com/2011/05/blog-post_8413.html আহৰণ কৰা হৈছে: 2016-10-03.
  10. http://poetrynook.com/poem/marching-song-chal-chal-chal
  11. http://www.poemhunter.com/best-poems/kazi-nazrul-islam/marching-song-chal-chal-chal/

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]