নাহৰকটীয়া মহাবিদ্যালয়
| এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
| নাহৰকটীয়া মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৬৪ |
| ধৰণ | মহাবিদ্যালয় |
| ধৰ্মীয় ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
| অধ্যক্ষ | ড° জ্যোতিপ্ৰসাদ কোঁৱৰ |
| স্থান | নাহৰকটীয়া, অসম, ভাৰত 27°28′N 95°33′E / 27.467°N 95.55°Eস্থানাংক: 27°28′N 95°33′E / 27.467°N 95.55°E |
| ৱেবছাইট | naharkatiyacollege |
নাহৰকটীয়া মহাবিদ্যালয় (ইংৰাজী: Naharkatiya College) কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল।[1] নাহৰকটীয়া মহাবিদ্যালয়খন ১৯৬৪ চনত স্থানীয় জনসাধাৰণৰ উদ্যোগত প্ৰতিষ্ঠিত হৈছিল। চহৰৰ শান্তিময় পৰিৱেশত থকা এই মহাবিদ্যালয়খন নাহৰকটীয়াৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত অৱস্থিত৷
অন্তৰ্ভুক্ত আৰু স্বীকৃতি
[সম্পাদনা কৰক]মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত, উপধাৰা ২ (F) আৰু ১২ (B) -ৰ অধীনত বিশ্ববিদ্যালয় মঞ্জুৰি কমিশন (University Grants Commission) -ৰ দ্বাৰা স্বীকৃত আৰু বেঙ্গালুৰুৰ 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment & Accreditation Council চমুকৈ NAAC) -ৰ দ্বাৰা অনুমোদিত।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Naharkatiya College is the only institute for higher education in Naharkatiya". Archived from the original on 24 September 2015. https://web.archive.org/web/20150924030141/http://www.highereducationinindia.com/institutes/naharkatiya-college-dibrugarh-7626.php। আহৰণ কৰা হৈছে: 31 May 2015.