নিশান্ত দেৱ
অৱয়ব
নিশান্ত দেৱ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||
জন্ম | ২৩ ডিচেম্বৰ, ২০০০ (২৩ বছৰ) কাৰ্ণাল, হাৰিয়ানা, ভাৰত | ||||||||||||
ওজন | ৭১ কেজি | ||||||||||||
ক্ৰীড়া | |||||||||||||
প্ৰশিক্ষক | সুৰেন্দ্ৰ চৌহান | ||||||||||||
পদক অভিলেখ
|
নিশান্ত দেৱ (জন্ম: ২৩ ডিচেম্বৰ ২০০০) এজন ভাৰতীয় মুষ্টিযোদ্ধা।[1] উজবেকিস্তানৰ টাছকেণ্টত অনুষ্ঠিত হোৱা আই বি এ পুৰুষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ ৭১ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।[2]
জীৱন
[সম্পাদনা কৰক]পেছাদাৰী মুষ্টিযোদ্ধা ককাকৰ পৰা অনুপ্ৰাণিত হৈ ২০১২ চনত নিশান্তই বক্সিং খেলিবলৈ আৰম্ভ কৰে। প্ৰথমে তেওঁ কৰণ ষ্টেডিয়ামত প্ৰশিক্ষক সুৰেন্দ্ৰ চৌহানৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। নিশান্তৰ দেউতাকে ৰাতিপুৱা ৪ বজাত তেওঁক জগাই প্ৰশিক্ষণলৈ লগত লৈ গৈছিল আৰু সন্ধিয়াও সেইদৰে লৈ গৈছিল যাতে তেওঁৰ পুত্ৰক ভালদৰে প্ৰশিক্ষণ দিয়া হয়।[3][4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "How Nishant Dev rebounded from shoulder injury to World Championship medal". Khel Now. https://khelnow.com/amateur-boxing/2023-05-boxing-player-profile-nishant-dev। আহৰণ কৰা হৈছে: 2023-07-03.
- ↑ "How Nishant Dev rebounded from shoulder injury to World Championship medal". Khel Now. https://khelnow.com/amateur-boxing/2023-05-boxing-player-profile-nishant-dev। আহৰণ কৰা হৈছে: 2023-07-03.
- ↑ "Nishant Dev wins bronze in 71kg category at World Boxing Championships". sportstar.thehindu.com. 2023-05-12. https://sportstar.thehindu.com/boxing/nishant-dev-india-bronze-medal-71kg-world-boxing-championships-iba-2023-highlights-summary/article66843319.ece। আহৰণ কৰা হৈছে: 2023-07-03.
- ↑ "From spending most of 2022 out of boxing ring to World Championship medal, the story of Nishant Dev". The Indian Express. 2023-05-12. https://indianexpress.com/article/sports/sport-others/ahead-of-the-world-boxing-championship-semi-final-pugilist-nishant-devs-father-shares-emotional-message-for-son-8604530/। আহৰণ কৰা হৈছে: 2023-07-03.
এই জীৱনীমূলক প্ৰবন্ধটো এজন ভাৰতীয় মুষ্টিযোদ্ধা সম্পৰ্কীয় এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |