নিৰ্মলা বৰুৱা
| এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
| নিৰ্মলা বৰুৱা | |
|---|---|
| জন্ম | অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | চিকিৎসক |
| পিতৃ-মাতৃ | |
ডাঃ নিৰ্মলা বৰুৱা হৈছে এগৰাকী অসমীয়া মহিলা চিকিৎসক। তেখেত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা।[1][2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।[2]
শিক্ষাজীৱন
[সম্পাদনা কৰক]১৯৪৭ চনৰ নৱেম্বৰ মাহৰ তিনি তাৰিখে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিক ভাৱে প্ৰতিষ্ঠা কৰা হয়। নিৰ্মলা বৰুৱাই এই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]অসমৰ ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ, এই তিনিওখন চিকিৎসা মহাবিদ্যালয়ত ডাঃ নিৰ্মলা বৰুৱাই সেৱা আগবঢ়ায়।[1] তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী-ৰোগ আৰু প্ৰসূতি বিভাগৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।[2]
তথ্যউৎস
[সম্পাদনা কৰক]- 1 2 3 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". Archived from the original on 7 June 2020. https://web.archive.org/web/20200607163048/http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020.
- 1 2 3 ডাঃ মিহিৰ কুমাৰ গোস্বামী (আগষ্ট ২০০৪). ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী. ed. "চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী". কথা গুৱাহাটী.