নীলফামাৰী জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নীলফামাৰী জিলা হৈছে বাংলাদেশৰ উত্তৰে অৱস্থিত ৰংপুৰ বিভাগৰ একখন জিলা। ভাৰতৰ সীমাত থকা এই জিলাখন ছটা উপজিলাত ভাগ কৰা হৈছে। নীলফামাৰী এই জিলাৰ সদৰ।

ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]

নীলফামাৰী জিলাৰ চাৰিসীমা হ'ল উত্তৰে ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্যৰ জলপাইগুড়ি জিলা, দক্ষিণে দিনাজপুৰ আৰু ৰংপুৰ জিলা, পূৰ্বে লালমনিৰহাট জিলা, আৰু পশ্চিমে পঞ্চগড় আৰু ঠাকুৰগাও জিলাতিস্তা নদী উত্তৰ পাৰে জিলাখনৰ উত্তৰ সীমা উপনৈ বৈ গৈছে। জিলাখনৰ মাটিকালি মুঠ ১৬৪৩.৪০ বৰ্গকিলোমিটাৰ।

জনগাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি তিনিচুকীয়া জিলাৰ মুঠ জনসংখ্যা ১৯,০৭,৪৯৭ জন, যি প্ৰায় লেচোথো দেশৰ সমান।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Country Comparison:Population" (ইংৰাজী ভাষাত). Central Intelligence Agencywww.cia.gov. Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 25 ফেব্ৰুৱাৰী 2017. "150 LESOTHO 1,953,070 JULY 2016 EST." 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]