নীলফামাৰী জিলা
অৱয়ব
নীলফামাৰী জিলা হৈছে বাংলাদেশৰ উত্তৰে অৱস্থিত ৰংপুৰ বিভাগৰ এখন জিলা। ভাৰতৰ সীমাত থকা এই জিলাখন ছখন উপজিলাত ভাগ কৰা হৈছে। নীলফামাৰী এই জিলাৰ সদৰ।
ভৌগোলিক অৱস্থিতি
[সম্পাদনা কৰক]নীলফামাৰী জিলাৰ চাৰিসীমা হ'ল: উত্তৰে ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্যৰ জলপাইগুড়ি জিলা, দক্ষিণে দিনাজপুৰ আৰু ৰংপুৰ জিলা, পূবে লালমনিৰহাট জিলা, আৰু পশ্চিমে পঞ্চগড় আৰু ঠাকুৰগঞ্জ জিলা। জিলাখনৰ মাটিকালি মুঠ ১৬৪৩.৪০ বৰ্গকিলোমিটাৰ।
জনগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ মুঠ জনসংখ্যা ১৯,০৭,৪৯৭ জন।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Country Comparison:Population" (ইংৰাজী ভাষাত). Central Intelligence Agencywww.cia.gov. Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 25 ফেব্ৰুৱাৰী 2017. "150 LESOTHO 1,953,070 JULY 2016 EST."