সমললৈ যাওক

নীলা চৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলা চৰাই
ছাইটৰ প্ৰকাৰ অসমীয়া অনলাইন আলোচনী।
উপলব্ধ ভাষা
মুখ্য কাৰ্যালয় অসম
মালিক নীলা চৰাই
ৱেবছাইট nilacharai.com
বাণিজ্যিক অব্যৱসায়িক
আৰম্ভণি জানুৱাৰী, ২০১২


নীলা চৰাই হৈছে অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ জানুৱাৰীত এই আলোচনীখন প্ৰথম প্ৰকাশ হয়।

পৰিচালনা

[সম্পাদনা কৰক]
নীলা চৰাইৰ এটি বেটুপাত

আলোচনীখনৰ মুখ্য সম্পাদক পল্লৱপ্ৰাণ গোস্বামী। সম্পাদক, ব্যৱস্থাপক সমন্বিতে ৯ জনীয়া এটি কৰ্মদলে আলোচনীখন পৰিচালনা কৰে।[1]

উদ্দেশ্য আৰু লক্ষ্য

[সম্পাদনা কৰক]

মৌলিক, চিন্তা উদ্ৰেককাৰী আৰু নতুনত্ব থকা লেখা, আলোকচিত্ৰ, ছবি আদি প্ৰকাশেৰে অসমীয়া ভাষা-সাহিত্যলৈ ইউনিক’ডৰ মাধ্যমেৰে অৱদান আগবঢ়োৱা এই আলোচনীখনৰ উদ্দেশ্য।[2]

নীলা চৰাইৰ অন্যান্য আঁচনি

[সম্পাদনা কৰক]

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত 'অসমীয়া কৃষ্টিৰ চমু আভাস' নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। দুষ্প্ৰাপ্য পুস্তিকাখনি ধাৰাবাহিক ৰূপত 'নীলা চৰাই'ত প্ৰকাশ কৰা হৈছে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]