নীল কলমৌ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীল কলমৌ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Convolvulaceae
গণ: Ipomoea
বৈজ্ঞানিক নাম
Ipomoea nil
(L.) Roth
সমাৰ্থক

নীল কলমৌ (বৈজ্ঞানিক নাম: Ipomoea nil) ইপমিয়া মৰ্ণিং গ্লৰিৰ এটা প্ৰজাতি। ই নাতিহিতোষ্ণ অঞ্চলৰ থলুৱা উদ্ভিদ। ই প্ৰায় সমগ্ৰ বিশ্বতে বিস্তৃত হৈ থকা এটা প্ৰজাতি। ইয়াৰ অন্য সাধাৰণ নামবোৰ হৈছে, পিকটি মৰ্ণিং গ্লৰি (picotee morning glory), আইভি মৰ্ণিং গ্লৰি (ivy morning glory), আৰু জাপানীজ মৰ্ণিং গ্লৰি (Japanese morning glory)

কৃষি[সম্পাদনা কৰক]

Asagao

পৃথিৱীৰ বহু ঠাইত আলংকাৰিক বৃক্ষ হিচাপে নীল কলমৌৰ খেতি কৰা হয়। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ পাতবোৰ ৩-৮ চেমি দীঘল, তিনিকোণীয়া। নীলা, গুলপীয়া, বগা আদি ভিন্ন ৰঙৰ ফুল ফুলা দেখা যায়। ইয়াৰ কিছুমান কাল্টিভাৰ হৈছে 'Scarlet O'Hara', 'Early Call', and 'Rose Silk' আদি। [1][2]

ইয়াৰ হাইব্ৰিড প্ৰজাতিও আছে, যেনে I. x imperialis (ইম্পেৰিয়েল জাপানীজ মৰ্ণিং গ্লৰি), Ipomoea nil x imperialis আদি।[3]

চিত্ৰসম্ভাৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Morning Glory Scarlet O'Hara". The National Gardening Association. Archived from the original on 2011-07-26. https://web.archive.org/web/20110726073452/http://www.gardenerhelp.org/index.php/content/view/1521/33/। আহৰণ কৰা হৈছে: 2009-01-15. 
  2. Halpin, Anne (2007-05-01). "TWINERS: Morning glories, moonflowers, and their relatives". Horticulture magazine. http://www.hortmag.com/article/Fine/। আহৰণ কৰা হৈছে: 2009-01-15. 
  3. "NaturalPedia". Archived from the original on 2011-07-14. https://web.archive.org/web/20110714155950/http://www.naturalpedia.com/Ipomoea_hederacea.html। আহৰণ কৰা হৈছে: 2019-06-07.