নেইমাৰ
অৱয়ব
নেইমাৰ | ||||||||||||
| ব্যক্তিগত তথ্য | ||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| সম্পূৰ্ণ নাম | নেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ[1] | |||||||||||
| জন্ম | ০৫ ফেব্ৰুৱাৰী, ১৯৯২ (৩৪ বছৰ)[1] | |||||||||||
| জন্মস্থান | মগি দাস ক্ৰুজেছ(Mogi das Cruzes), ব্ৰাজিল[1] | |||||||||||
| উচ্চতা | 1.75 মিটাৰ (U=ft}})[2] | |||||||||||
| খেলা স্থান | ফৰৱাৰ্ড, উইংগাৰ | |||||||||||
| ক্লাবৰ তথ্য | ||||||||||||
| বৰ্তমানৰ ক্লাব | পেৰিছ ছেইণ্ট জাৰ্মান | |||||||||||
| সংখ্যা | ১১ | |||||||||||
| যুৱ কেৰিয়াৰ | ||||||||||||
| ১৯৯৯-২০০৩ | পৰ্তুগিজা ছাণ্টিস্তা(Portuguesa Santista) | |||||||||||
| ২০০৩-২০০৯ | ছাণ্টোছ(Santos) | |||||||||||
| চিনিয়'ৰ কেৰিয়াৰ* | ||||||||||||
| বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† | |||||||||
| ২০০৯-২০১৩ | ছাণ্টোছ(Santos) | ১০৩ | (৫৪) | |||||||||
| ২০১৩–২০১৭ | বাৰ্চিলোনা(Barcelona) | ১২৩ | (৬৮) | |||||||||
| ২০১৭- | পেৰিছ ছেইণ্ট জাৰ্মান এফ চি | ১০৫ | (৮০) | |||||||||
| ৰাষ্ট্ৰীয় দল‡ | ||||||||||||
| ২০০৯ | ব্ৰাজিল অনুৰ্দ্ধ ১৭ | ৩ | (১) | |||||||||
| ২০১১ | ব্ৰাজিল অনুৰ্দ্ধ ২০ | ৭ | (৯) | |||||||||
| ২০১২ | ব্ৰাজিল অনুৰ্দ্ধ ২৩ | ৭ | (৪) | |||||||||
| ২০১০– | ব্ৰাজিল জাতীয় দল | ১২১ | (৭৫) | |||||||||
সন্মান
| ||||||||||||
| * চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 22:36, 17 May 2014 (UTC)।
21:11, 17 June 2014 (UTC) | ||||||||||||
নেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ বা চমুকৈ নেইমাৰ(পৰ্তুগীজ উচ্চাৰণ: [nejˈmaʁ dɐ ˈsiwvɐ ˈsɐ̃tus ˈʒũɲoʁ];জন্ম ৫ ফেব্ৰুৱাৰী, ১৯৯২) এজন পেছাদাৰী ব্ৰাজিলিয়ান ফুটবল খেলুৱৈ। তেওঁ ফৰাচী ক্লাব পেৰিছ ছেইণ্ট জাৰ্মান (Paris Saint-Germain F.C.) আৰু ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ সদস্য। তেওঁ ফৰৱাৰ্ড বা উইংগাৰ হিচাপে খেলে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Neymar". ESPN. http://espnfc.com/player/_/id/132948/neymar-da-silva-santos-j%C3%BAnior?cc=3888.
- ↑ "Neymar Jr. Profile". FC Barcelona.com. Retrieved 9 May 2014