সমললৈ যাওক

নেৱা প্ৰচলিত লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Prachalit Nepal
প্ৰকাৰ Abugida
ভাষা Nepal Bhasa, Sanskrit, Pali
মাতৃ লিপি
ভগ্নী লিপি Ranjana
Bhujimol
ইউনিক'ড ৰে'ঞ্জ U+11400U+1147F
১৯৫৮ চনৰ লাছাৰ নেপালী ব্যৱসায়িক ঘৰৰ লেটাৰহেডত ব্যৱহৃত নেপাল লিপি।
১৯২৪ চনৰ ৭ মে' তাৰিখে লাছাৰ পৰা কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা নেপাল ভাষা আৰু নেপাল লিপিৰ চিঠি।

প্ৰচলিত হ'ল ব্ৰাহ্মী লিপিৰ পৰা উৎপত্তি হোৱা ব্ৰাহ্মিক লিপি পৰিয়ালৰ এটা অংশ তথা নেপালী লিপিৰ পৰা বিকশিত হোৱা এক প্ৰকাৰৰ আবুগিদা লিপি ৷ নেৱাৰী বা নেপাল ভাষা, সংস্কৃত আৰু পালি ভাষা লিখাৰ ক্ষেত্ৰত এই লিপি ব্যবহাৰ কৰা হয় ৷ ছিকিম চৰকাৰৰ বুলেটিন ছিকিম হেৰাল্ড (নেৱাৰী সংস্কৰণ)কে ধৰি বিভিন্ন প্ৰকাশন এতিয়াও এই লিপিতে প্ৰকাশ পায়।

স্বৰবৰ্ণ

[সম্পাদনা কৰক]

ব্যঞ্জনবৰ্ণ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Masica, Colin (1993). The Indo-Aryan languages. পৃষ্ঠা. 143.