পত্ৰ-সাহিত্যৰ সুবাস
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
পত্ৰ-সাহিত্যৰ সুবাস | |
---|---|
লেখক | উপেন্দ্ৰ বৰকটকী |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | পত্ৰ-সংকলন |
প্ৰকাশ | ২০১১, ডিচেম্বৰ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পত্ৰ-সাহিত্যৰ সুবাস উপেন্দ্ৰ বৰকটকী লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনত অসমৰ কেইবাগৰাকীমান নমস্য ব্যক্তিয়ে উপেন্দ্ৰ বৰকটকীলৈ লিখা চিঠি আৰু বহুকেইজন বৰেণ্য ব্যক্তিয়ে অন্য কোনো ব্যক্তিলৈ লিখা চিঠি সংকলিত হৈছে। লগতে চিঠিবোৰত প্ৰকাশ পোৱা ব্যক্তিগত জীৱন কাহিনী আৰু চিঠিৰ মাজেৰে প্ৰতিফলিত অসমৰ সমাজ জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোকপাত কৰা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন] গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ২০১১ চনত। প্ৰকাশক চন্দ্ৰ প্ৰকাশ। মুঠ পৃষ্ঠা সংখ্যা-১৬৭