পদশিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শংকৰদেৱৰ পদচিহ্ন, পাটবাউসী সত্ৰ

পদশিলা অসমসংস্কৃতি জগতৰ [1] এটা বহু পুৰণি কৃষ্টি । শংকৰদেৱে গুৰুগৃহত সোমাওঁতে যি দুচটা শিলত গৃহৰ দুৱাৰমুখত ভৰি দি সেমাইছিল সেই দুচটা শিলকে পদশিলা বোলে । অসমীয়া সমাজত প্ৰচলিত নামঘৰসমূহত এই শিল এতিয়াও বিৰাজমান ।

লোক বিশ্বাস[সম্পাদনা কৰক]

অসমীয়া সমাজৰ লোকে বসবাসনামঘৰত প্ৰৱেশ কৰাৰ আগতে এই শিলক সেৱা জনায় । কিছুমানে নিজ গৃহকে মন্দিৰ বুলি ভাবি ঘৰৰ দুৱাৰমুখত শিল পাৰি লয় । যাত্ৰাকালত গৃহৰ এই শিলক নমস্কাৰ কৰাও দেখা যায় । এই শিলত ভৰি ধোৱা নিষেধ । এই শিলত বহিব নাপায় বুলি বিশ্বাস কৰে। পুৱা উঠিয়ে শিলত পানী দিয়াটো নিয়ম ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বৰ্মন, ড০ সদানন্দ (২০০৩). অসমৰ ভিন্ন গোষ্ঠীৰ সংস্কৃতি. প্ৰকাশক ভঙাগড় গুৱাহাটী: অন্বষণ. পৃষ্ঠা. ৪৮.