সমললৈ যাওক

পশ্চিম খাছী পাৰ্বত্য জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পশ্চিম খাছী পাৰ্বত্য জিলা
পশ্চিম খাছী
মেঘালয়ৰ পশ্চিম খাছী পাৰ্বত্য জিলাৰ অৱস্থান
মেঘালয়ৰ পশ্চিম খাছী পাৰ্বত্য জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মেঘালয়
মুখ্যালয় নংষ্ট'ইন
চৰকাৰ
  Vidhan Sabha constituencies 5
কালি
  মুঠ
৫,২৪৭ বৰ্গকিমি (২,০২৬ বৰ্গমাইল)
জনসংখ্যা
 (2011)
  মুঠ
৩,৮৩,৪৬১
  ঘনত্ব ৭৩/বৰ্গকিমি (১৯০/বৰ্গমাইল)

পশ্চিম খাছী পাৰ্বত্য (ইংৰাজী: West Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।

পশ্চিম খাছী পাৰ্বত্য জিলাখন খাছী পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছে, যাক ১৯৭৬ চনৰ ২৮ অক্টোবৰত পশ্চিম আৰু পূব খাছী পাৰ্বত্য জিলাত হিচাপে বিভক্ত কৰা হৈছিল।

নংষ্ট'ইন পশ্চিম খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ৫২৪৭ বৰ্গ কিলোমিটাৰ।

প্ৰশাসনিক বিভাগসমূহ

[সম্পাদনা কৰক]

পশ্চিম খাছী পাৰ্বত্য জিলাখন চাৰিটা ব্লকত বিভক্ত:[1]

নাম মুখ্যালয় জনসংখ্যা স্থিতি
মৈৰাংমৈৰাং
মৱচীনৰাট (Mawshynrut)ৰিয়াঙদো (Riangdo)
মাৱথাদ্ৰৈচাননংশ্বিলং
নংষ্ট'ইননংষ্ট'ইন

জনগাঁথনি

[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম খাছী পাৰ্বত্য জিলাৰ জনসংখ্যা ৩৮৩,৪৬১ জন,[2] মালদ্বীপ দেশৰ সমান।[3] ই ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৫৬২তম স্থান লাভ কৰিছে।[2] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ৭৩ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (১৯০ /sq mi)[2] ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩০.২৫% ।[2] ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮০ গৰাকী[2] আৰু সাক্ষৰতাৰ হাৰ ৭৭.৮৭% ৷[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India (2011) (English ভাষাত) (PDF). Meghalaya Administrative Divisions (Map). http://censusindia.gov.in/2011census/maps/administrative_maps/MEGHALAYA.pdf আহৰণ কৰা হৈছে: 2011-09-29.
  2. 1 2 3 4 5 6 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.
  3. US Directorate of Intelligence. "Country Comparison:Population". Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html আহৰণ কৰা হৈছে: 2011-10-01. "Maldives 394,999 July 2011 est."

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
এই প্ৰবন্ধটো এই মেঘালয়ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।