পসেনদি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোশলৰ প্ৰসেনজিতৰ শোভাযাত্ৰাই শ্ৰাৱস্তীক এৰি বুদ্ধক লগ কৰিবলৈ গৈছিল। সাঁচী[1]

পসেনদি (পালি: पसेनदि পসেনদি; সংস্কৃত: प्रसेनजित् প্ৰসেনজিৎ; খ্ৰীষ্টপূৰ্ব ৬ম শতিকা) কোসলৰ এজন ঐক্ষ্বাক শাসক আছিল। শ্ৰাৱস্তী আছিল তেওঁৰ ৰাজধানী। সঞ্জয় মহাকোসলৰ পিছত তেওঁ সিংহাসনত আৰোহণ কৰে।[2] তেওঁ গৌতম বুদ্ধৰ এজন বিশিষ্ট উপাসক (সাধাৰণ অনুগামী) আছিল, আৰু বুদ্ধৰ বাবে বহুতো বৌদ্ধ মঠ নিৰ্মাণ কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Marshall p.59
  2. Raychaudhuri H. (1972). Political History of Ancient India, Calcutta: University of Calcutta, pp.90,176