পাইথন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাইথন
Python logo and wordmark.svg
প্ৰকাৰ অবজেক্ট অৰিয়েণ্টেদ, ইম্পাৰেটিভ, ফাংচনেল, প্ৰচিডিউৰেল, ৰিফ্লেকটিভ
সৃষ্টিৰ সময় 20 ফেব্ৰুৱাৰী 1991; 27 years ago (1991-02-20)[1]
সৃষ্টিকৰ্তা গুইড' ৱেন ৰসাম
বিকাশক Python Software Foundation
অপাৰেটিং চিষ্টেম Cross-platform
লাইচেঞ্চ Python Software Foundation License
ফাইল এক্সটেঞ্চন .py, .pyc, .pyd, .pyo (prior to 3.5),[2] .pyw, .pyz (since 3.5)[3]
ৱেবছাইট python.org
Wikibooks logo Python Programming at Wikibooks

পাইথন এটা বহুল ভাবে প্ৰচলিত প্ৰগ্ৰামিং ভাষা। সচৰাচৰ পাইথনত লিখা ক'ড সমুহ অন্য়ান্য় প্ৰগ্ৰামিং ভাষাত লিখা ক'ডতকৈ অত্য়ন্ত চমু আৰু নিকা হয়। পাইথনৰ সৃশ্তিকৰ্তা হৈছে গুইড' ৱেন ৰসাম। এই প্ৰগ্ৰামিং ভাষা প্ৰথমে ১৯৯১ চনত মুকলি কৰা হৈছিল।

উদাহৰণ[সম্পাদনা কৰক]

print "Hello Assam"

উক্ত ক'ডফাকি চলালে Hello Assam দেখিবলৈ পোৱা যাব। এই ক'ডফাকি পাইথন-৩ 'ৰ বাবে তলত দিয়া ধৰণে লিখিব লাগিব:

print("Hello Assam")

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The History of Python: A Brief Timeline of Python". Blogger. 20 January 2009. http://python-history.blogspot.com/2009/01/brief-timeline-of-python.html। আহৰণ কৰা হৈছে: 20 March 2016. 
  2. File extension .pyo was removed in Python 3.5. See PEP 0488
  3. Holth, Moore (30 March 2014). "PEP 0441 -- Improving Python ZIP Application Support". https://www.python.org/dev/peps/pep-0441/। আহৰণ কৰা হৈছে: 12 November 2015.