পাঞ্জাব (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পাঞ্জাব দুখন আছে, এখন ভাৰতত আৰু ইখন পাকিস্তানত, দুইখন লগালগি। দেশ বিভাজনৰ সময়ত পাঞ্জাবক ভাৰত আৰু পাকিস্তানৰ মাজত দুভাগ কৰা হৈছিল। তলৰ লিংকত দুইখনৰ ৱিকিপিডিয়া লিংক দিয়া হৈছে।