সমললৈ যাওক

পূব গাৰো পাৰ্বত্য জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূব গাৰো পাৰ্বত্য জিলা
পূব গাৰো
মেঘালয়ৰ পূব গাৰো পাৰ্বত্য জিলাৰ অৱস্থান
মেঘালয়ৰ পূব গাৰো পাৰ্বত্য জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মেঘালয়
মুখ্যালয় ৱিলিয়ামনগৰ
চৰকাৰ
 • Vidhan Sabha constituencies
কালি
 • মুঠ
২,৬০৩ বৰ্গকিমি (১,০০৫ বৰ্গমাইল)
জনসংখ্যা
 (2001)
 • মুঠ
৩,১৭,৯১৭
 • ঘনত্ব ১২০/km (৩২০/sq mi)

পূব গাৰো পাৰ্বত্য (ইংৰাজী: East Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ ৱিলিয়ামনগৰত অৱস্থিত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৩১৭,৯১৭জন।

পূব গাৰো পাৰ্বত্য জিলাখন ১৯৭৬ চনত গঠিত হৈছিল, পূৰ্বৰ মেঘালয়ৰ গাৰো পাৰ্বত্য জিলা প্ৰশাসনক জনগণৰ নিকটৱৰ্তী কৰাৰ অৰ্থে পুনৰ সংগঠিত কৰা হৈছিল।

জিলাখনৰ সদৰ কমপ্লেক্সটো মেঘালয় ৰাজ্যৰ প্ৰতিষ্ঠাতা মুখ্যমন্ত্ৰী কেপ্তেইন ৱিলিয়ামচন এ. চাংমাৰ নাম অনুসৰি 'ৱিলিয়ামনগ'ৰ নামকৰণ কৰিছিল। ৱিলিয়ামনগৰ চিমচাংগ্ৰেৰ চিমচাং নদী (Simsang River) ৰ পাৰৰ বিস্তীৰ্ণ সমভূমি অঞ্চলত অৱস্থিত।

ৱিলিয়ামনগৰ পূব গাৰো পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ২৬০৩ বৰ্গ কিলোমিটাৰ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


এই প্ৰবন্ধটো এই মেঘালয়ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।