হাঁহঠুঁটীয়া
হাঁহঠুঁটীয়া[1] জীৱাশ্ম কাল: ৬৬–০ নিযুত বছৰ অন্ত্য ক্ৰিটিছিয়াছৰ পৰা সাম্প্ৰতিক | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | ক’ৰডাটা |
শ্ৰেণী: | স্তন্যপায়ী |
বৰ্গ: | মন’ট্ৰিমাটা |
পৰিয়াল: | অৰ্ণিথ’ৰিংকিডি |
গণ: | অৰ্ণিথ’ৰিংকাছ ১৮০০ ব্লুমেনবাখ, ১৮০০ |
প্ৰজাতি: | অ’ এনিটাছ |
বৈজ্ঞানিক নাম | |
অৰ্ণিথ’ৰিংকাছ এনিটাছ জৰ্জ ছ’ | |
হাঁহঠুঁটীয়াৰ আবাসস্থল নীলা- প্ৰাকৃতিক |
হাঁহঠুঁটীয়া বা প্লেটিপাছ (বৈজ্ঞানিক নাম: Ornithorhynchus anatinus) মনেট্ৰিমাটা বৰ্গৰ এটি স্তন্যপায়ী প্ৰাণী। এই প্ৰাণীটোয়ে অষ্ট্ৰেলিয়াৰ পূব প্ৰান্ত, টাস্মানিয়া প্ৰদেশ আদিত বাস কৰে।[3]
আন স্তন্যপায়ীৰ বিপৰীতে হাঁহঠুঁটীয়াই কণী পাৰে। হাঁহঠুঁটীয়াৰ বিষয়ে সৰ্বপ্ৰথম ইউৰোপত সবিশেষ প্ৰকাশ পাইছিল।[4]
বৈশিষ্ট্য
[সম্পাদনা কৰক]হাঁহঠুঁটীয়া দেখিবলৈ উদৰ দৰে। এই প্ৰাণীৰ ৰং কপিল। টাস্মেনিয়া, কুইন্সলেণ্ড আদিত বৃহৎ আকাৰৰ প্লাটিপাছ দেখা যায়।[3] প্ৰাপ্তবয়স্ক হাঁহঠুঁটীয়াৰ ওজন প্ৰায় ১ কিলোগ্ৰাম (২ পাউণ্ড)। হাঁহঠুঁটীয়াৰ দীঘ প্ৰায় 30 centimetres (12 in)। নেজ 10 centimetres (4 in)ৰ পৰা 15 centimetres (6 in) লৈ হ’ব পাৰে।[3] মতা হাঁহঠুঁটীয়াই বিহ এৰিব পাৰে,[5] এই বিহে মানুহৰ প্ৰাণ ল’ব নোৱাৰিলেও কুকুৰৰ দৰে প্ৰাণীৰ প্ৰাণ কাঢ়িব পাৰে।
জীৱন প্ৰণালী
[সম্পাদনা কৰক]হাঁহঠুঁটীয়া সাধাৰণতে ৰাতি ওলায় আৰু দিনত জিৰায়। সাৰে থকাৰ সময়ত ই প্ৰায় পানীৰ কাষত থাকে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ সাঁচ:MSW3 Monotremata
- ↑ 2.0 2.1 Lunney, D., Dickman, C., Copely, P., Grant, T., Munks, S., Carrick, F., Serena, M. & Ellis, M. (2008). Ornithorhynchus anatinus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 9 October 2008. D
- ↑ 3.0 3.1 3.2 "Platypus". Department of Primary Industries and Water, Tasmania Online. http://www.dpiw.tas.gov.au/inter.nsf/WebPages/BHAN-53573T?open। আহৰণ কৰা হৈছে: 2008-12-23.
- ↑ Moyal, Ann Mozley (2004). Platypus: the extraordinary story of how a curious creature baffled the world. প্ৰকাশক Baltimore: The Johns Hopkins University Press. ISBN 0-8018-8052-1. http://books.google.com?id=5DkezNMhSTYC&printsec=frontcover.
- ↑ "Earning their spurs" (English ভাষাত). Australian Playpus Conservancy. Archived from the original on 2009-09-30. https://web.archive.org/web/20090930085624/http://www.platypus.asn.au/earning_their_spurs.html। আহৰণ কৰা হৈছে: 2009-12-16.
পঠনযোগ্য গ্ৰন্থ
[সম্পাদনা কৰক]- Augee, Michael L. (2001). "Platypus". World Book Encyclopedia.
- Burrell, Harry (1974). The Platypus. প্ৰকাশক Adelaide SA: Rigby. ISBN 0-85179-521-8.
- Fleay, David H. (1980). Paradoxical Platypus: Hobnobbing with Duckbills. Jacaranda Press. ISBN 0-7016-1364-5. http://books.google.com.au/books?id=IaIKAQAAMAAJ.
- Grant, Tom (1995). The platypus: a unique mammal. প্ৰকাশক Sydney: University of New South Wales Press. ISBN 0-86840-143-9. http://books.google.com.au/books?id=FASJWgDhxIsC.
- Griffiths, Mervyn (1978). The Biology of the Monotremes. Academic Press. ISBN 0-12-303850-2. http://books.google.com.au/books?id=1KTwAAAAMAAJ.
- Hutch, Michael; McDade, Melissa C., ed. (2004). Grzimek's Animal Life Encyclopedia. 12. Gale.
- Moyal, Ann Mozley (2004). Platypus: The Extraordinary Story of How a Curious Creature Baffled the World. প্ৰকাশক Baltimore: The Johns Hopkins University Press. ISBN 0-8018-8052-1. http://books.google.com?id=5DkezNMhSTYC.
- Strahan, Ronald; Van Dyck, Steve (April 2006). Mammals of Australia (3rd সম্পাদনা). New Holland. ISBN 978-1-877069-25-3. http://books.google.com/books?id=N3tFAQAAIAAJ.
হাঁহঠুঁটীয়া সম্বন্ধিত তথ্যচিত্ৰ
[সম্পাদনা কৰক]- "Southern Exposure". Eye of the Storm. 2000. Australian Broadcasting Corporation.
Platypus
DVD EAN 9398710245592 - "El Niño". Eye of the Storm. 2000.
Platypus
বহিঃসংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত হাঁহঠুঁটীয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Ornithorhynchus anatinus সম্পৰ্কে অধিক তথ্য আছে |
- Biodiversity Heritage Library bibliography for Ornithorhynchus anatinus
- Platypus-Evolution and Conservation
- Platypus-Live Web Camera