প্ৰকাশন পৰিষদ বঁটা
Jump to navigation
Jump to search
অসমীয়া সাহিত্যৰ বাছকবনীয়া গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰে৷ ১৯৭৩ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও মাজতে দহ বছৰ প্ৰদান কৰা হোৱা নাছিল৷ পুনৰ ২০০০ চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে৷
প্ৰকাশন পৰিষদ বঁটা লাভ কৰা বিজয়ীসকল আৰু তেওঁলোকৰ গ্ৰন্থসমূহ[সম্পাদনা কৰক]
ক্ৰমিক নং | চন | ব্যক্তিৰ নাম | বঁটাপ্ৰাপ্ত গ্ৰন্থৰ নাম |
১ | |||
২ | |||
৩ | |||
৪ | |||
৫ | |||
৬ | |||
৭ | |||
৮ | |||
৯ | |||
১০ | |||
১১ | |||
১২ | |||
১৩ | |||
১৪ | |||
১৫ | |||
১৬ | |||
১৭ |