প্ৰণয় বৰদলৈ
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
প্ৰণয় বৰদলৈ | |
---|---|
জন্ম | ১৯৬৪ অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
প্ৰণয় বৰদলৈ (ইংৰাজী: Pranay Bordoloi) অসমৰ এজন সাংবাদিক, কাকতৰ সম্পাদক, পৰিবেশপ্ৰেমী, পৰ্বত আৰোহণকাৰী আৰু লেখক। [1]
জন্ম
[সম্পাদনা কৰক]প্ৰণয় বৰদলৈৰ ১৯৬৪ চনত জন্ম হয়।
শিক্ষা
[সম্পাদনা কৰক]গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]- তেখেতে 'জ্ঞানদ্বীপা' আলোচনীৰ উপ-সম্পাদকৰ পদত থকাৰ উপৰি 'আজিৰ অসম', 'আজিৰ বাতৰি', 'আমাৰ অসম', 'জনসাধাৰণ' আদি কাকতৰ উপ-সম্পাদক তথা কাৰ্যবাহী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে।
- বৰ্তমান দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল'ৰাৰ্ছ ৰ কাৰ্যবাহী সভাপতি ৰূপে কৰ্মৰত।
- 'DY 365' নামৰ নিউজ চেনেলৰ পৰিচালক সম্পাদক ৰূপে কৰ্মৰত।
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- হিমালয়ৰ শিখৰে মাতিছে।
- উত্তুংগ যোগীন।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ সাহিত্য সৌৰভ, সপ্তম সংস্কৰণ. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ. ২০১৭. পৃষ্ঠা. ৮৯-৯০. https://ahsec.assam.gov.in/wp-content/uploads/2023/04/Sahitya-Saurav-A.pdf.[সংযোগবিহীন উৎস]