প্ৰণৱ বৰুৱা
অৱয়ব
ভাষা | অসমীয়া |
---|---|
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
বিষয় | চিত্ৰশিল্প |
প্ৰণৱ বৰুৱা (ইংৰাজী: Pranob Boruah, ১৯৩৫-২০০২ চন ) হৈছে এগৰাকী অসমীয়া চিত্ৰকলাৰ এক বৰ্ণাঢ্য ব্যক্তি। তেওঁ শিল্প সাধনাত পশ্চাত্য শিল্প কলাৰ দীৰ্ঘ ইতিহাসৰ প্ৰেৰণা সৰ্বাধিক।[1]
জন্ম
[সম্পাদনা কৰক]প্ৰণৱ বৰুৱাৰ ১৯৩৫ চনত জন্ম হৈছিল।
শিক্ষা
[সম্পাদনা কৰক]তেওঁ মুম্বাইৰ জে জে স্কুল অফ আৰ্টত শিক্ষা কলা অধ্যয়ন কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]প্ৰণৱ বৰুৱা নগাঁৱতে থাকি নিজস্ব এক চিত্ৰশৈলী উদ্ভাৱন চেষ্টা কৰাৰ লগতে নতুন প্ৰজন্মৰ প্ৰতিশ্ৰুতপূৰ্ণ শিল্পীসকলৰ বাবে শিক্ষা চৰ্চাৰ এটা পৰিৱেশ গঢ়ি তুলিছিল।
শিল্পকৃতি
[সম্পাদনা কৰক]- ১৯৭৯ চনত প্ৰণৱ বৰুৱা কলিকতা একাডেমী অফ ফাইন আটৰ্ছত চিত্ৰকলাৰ প্ৰদৰ্শনী কৰিছিল।
- ১৯৮১ চনত নতুন দিল্লীৰ ললিত কলা একাডেমীত আৰু চিত্ৰকলাৰ প্ৰদৰ্শনী কৰিছিল।
- ১৯৯০ চনত ত্ৰিবেণী কলা সংগমত চিত্ৰকলাৰ প্ৰদৰ্শনী কৰিছিল।
চিত্ৰশিল্পৰ বিষয়বস্ত
[সম্পাদনা কৰক]প্ৰণয় বৰুৱাৰ চিত্ৰশিল্পসমূহ অন্যতম প্ৰিয় থীম নৰ-নাৰীৰ সম্পৰ্ক যদিও খ্ৰীষ্ট, কৃষ্ণ, গণেশ আদিৰ দৰে চিন্ত কিছুমানক লৈয়ো তেওঁ স্মৰণীয় চিত্ৰ প্ৰস্তত কৰিছিল।
সন্মান
[সম্পাদনা কৰক]২০০০ চনত প্ৰণয় বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে৷
মৃত্যু
[সম্পাদনা কৰক]২০০২ চনত প্ৰণয় বৰুৱাই মৃত্যু বৰণ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ শোণিত বিজয় দাস অৰু মুনিন বায়ন (প্ৰথম সংস্কৰণ: ২০০৬). কথা বৰেণ্য ১০০. পৃষ্ঠা. ২৮২.