প্ৰদ্যুৎ কুমাৰ ডেকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰদ্যুৎ কুমাৰ ডেকা
জন্ম ১৮ এপ্ৰিল ১৯৭৮
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক
উল্লেখযোগ্য কৰ্ম সমীৰণ বৰুৱা আহি আছে
পিতৃ-মাতৃ পৱিত্ৰ কুমাৰ ডেকা (পিতৃ)


প্ৰদ্যুৎ কুমাৰ ডেকা ( ইংৰাজী: Prodyut Kumar Deka ; জন্ম: ১৮ এপ্ৰিল ১৯৭৮) এজন অসমৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু লেখক। তেওঁৰ ছবিসমূহৰ ভিতৰত আছে ধুনীয়া তিৰোতাবোৰ (২০০৯), সমীৰণ বৰুৱা আহি আছে (২০১২), সুৰ্য্যাস্ত (২০১৩), বৰশী (২০১৪)। গুৱাহাটীৰ আমবাৰী পুৰাতাত্বিক ক্ষেত্ৰৰ আধাৰত নিৰ্মিত ‘এনথ্ৰপলজিকেল আমবাৰী' ছিৰিজৰ জৰিয়তে তেওঁ ২০১৬-১৭ চনলৈ ক্ৰমান্বয়ে ইংৰাজী কল্পকাহিনী লিখাৰ ফালে ধাবিত হয়।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁৰ প্ৰথম পৰিচালনা আৰু চিত্ৰনাট্য ৰচনা কৰা ছবিখন হ'ল ধুনীয়া তিৰোতাবোৰ। এগৰাকী সন্ধানহীন শিল্পীৰ পটভূমিত নিৰ্মাণ কৰা এই ছবিখন মুক্তি পাইছিল ২০০৯ চনত।[2] তেওঁৰ পৰৱৰ্তী ছবি ৰাজনৈতিক বিষয়ৰ ওপৰত আধাৰিত সমীৰণ বৰুৱা আহি আছে (২০১২)।[3][4] তেওঁৰ অন্যান্য ছবিবোৰৰ ভিতৰত আছে- শিশুৰ প্ৰতি অৱহেলাক বিষয়বস্তু কৰি ৰচনা কাহিনীৰে নিৰ্মাণ কৰা ‘সূৰ্যাস্ত’, চাছপেন্সধৰ্মী নাটকীয় ছবি ‘বৰশী’ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা টেলিফিল্ম ‘দৃষ্টি’। সূৰ্যাস্তই ফিল্মফেয়াৰ ২০১৩ (পূব)-ত শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত মনোনয়ন লাভ কৰে।[5] [6] [7][8] [9] তিনিটা পৃথক পৃথক গল্প আৰু তিনিজন ভিন্ন পৰিচালকে একত্ৰে নিৰ্মাণ কৰা ছবি যি গল্পৰ শেষ নাইৰ এটা খণ্ড প্ৰদ্যুৎ কুমাৰ ডেকাই পৰিচালনা কৰিছিল। ছবিখনৰ কাম ২০১৯ চনত শেষ হয়।[10] [11][12]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Dutta, Utpal (March 23, 2019). "মোৰ বিশ্বাস, সকলো সভ্যতাৰ কিছুমান গোপন অধ্যায় থাকে". janambhumi.in. Archived from the original on July 28, 2022. https://web.archive.org/web/20220728155602/https://janambhumi.in/VFdwck0wMVVTVDA9/%E0%A6%AE%E0%A7%8B%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8,-%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%8B-%E0%A6%B8%E0%A6%AD%E0%A7%8D%E0%A6%AF%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%95%E0%A6%BF%E0%A6%9B%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%97%E0%A7%8B%E0%A6%AA%E0%A6%A8-%E0%A6%85%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC-%E0%A6%A5%E0%A6%BE%E0%A6%95%E0%A7%87.html। আহৰণ কৰা হৈছে: July 28, 2022. 
  2. "Notes for a film theory about the cinemas of Assam". http://assammovies.blogspot.in/2015/02/filming-egalitarianism.html. 
  3. "In mid March "Samiran Baruah Ahi Ase"". Assamesefilmnews.blogspot.in. http://assamesefilmnews.blogspot.in/। আহৰণ কৰা হৈছে: 2017-07-08. 
  4. "Samiran barua finally arrives". http://wordsofeast.blogspot.in/2012/04/samiran-barua-finally-arrives.html/. 
  5. "Assamese Film Surjasta(সূৰ্যাস্ত) to Release on 17th May". 11 May 2013. Archived from the original on 15 August 2018. https://web.archive.org/web/20180815155220/http://www.assamportal.com/assamese-film-surjasta%E0%A6%B8%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A4-to-release-on-17th-may/। আহৰণ কৰা হৈছে: 29 July 2022. 
  6. "Filmfare Awards 2013 Nomination List of Assamese Cinema". 19 March 2014. Archived from the original on 22 March 2019. https://web.archive.org/web/20190322142720/https://www.creativica.in/filmfare-awards-2013-nomination-list-of-assamese-cinema/। আহৰণ কৰা হৈছে: 29 July 2022. 
  7. "Nominations for Vivel Filmfare Awards (Assamese)". 28 March 2014. http://www.filmfare.com/news/nominations-for-vivel-filmfare-awards-assamese-5726.html. 
  8. Roy, Abhijit. "Pradut Kumar Deka's suspense-thriller Boroshi releases in 18th April". Creativica.in. Archived from the original on 2018-01-30. https://web.archive.org/web/20180130145533/http://www.creativica.in/pradut-kumar-deka-s-suspense-thriller-boroshi-releases-in-18th-april/। আহৰণ কৰা হৈছে: 2017-07-08. 
  9. "Assamese Films: News This Week (25-31 March 2013) - Assamese Film and Theatre | News Post". Newslivetv.com. 2013-04-07. http://www.newslivetv.com/assamese-film-and-theatre/assamese-films-news-this-week-25-31-march-2013.html/। আহৰণ কৰা হৈছে: 2017-07-08. 
  10. "The Fourth Pillar". Archived from the original on 2018-12-26. https://web.archive.org/web/20181226133951/http://www.assamtribune.com/scripts/at.asp?id=dec2518%2FPage12। আহৰণ কৰা হৈছে: 2022-07-29. 
  11. "Siyahir Rong–The Dark Side of The Fourth Pillar". https://www.magicalassam.com/2018/12/siyahir-rong.html. 
  12. "Assamese Film Portrays Mayong As Not 'Land of Magic'". https://www.pratidintime.com/entertainment/assamese-film-portrays-mayong-as-not-land-of-magic.