বৰশী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰশী
পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকা
ৰচনা দীনেশ গোস্বামী
চিত্ৰনাট্য পবিত্ৰ কুমাৰ ডেকা
প্ৰযোজক দেৱাশীষ গোস্বামী
চিত্ৰগ্ৰহণকাৰী ৰাতুল বৰ্মন
সংগীত পৰিচালক দেৱাশীষ গোস্বামী
মুক্তি
১৮ এপ্ৰিল ২০১৪ (2014-04-18)
দৈৰ্ঘ্য
৯০ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

বৰশী (ইংৰাজী: Borosi) মঞ্জুশ্ৰী ফিল্মছ এণ্ড এণ্টাৰটেইনমেণ্টৰ উদ্যোগত দেৱাশীষ গোস্বামীৰ প্ৰযোজনা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাত নিৰ্মিত অসমীয়া কথাছবি। ৰাজনীতিবিদ তথা ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী দীনেশ গোস্বামীৰ ৰচনা কৰা কাহিনীৰ আধাৰত কথাছবি খন নিৰ্মাণ হৈছে। ২০১৪ চনৰ ১৮ এপ্ৰিলত বৰশী মুক্তি পাইছিল।[1][2][3][4]

অভিনয়ত[সম্পাদনা কৰক]

  • তৌফিক ৰহমান
  • জৱন দত্ত
  • মধুস্মিতা বৰকোটকী
  • নয়ন প্ৰসাদ
  • মল্লিকা শৰ্মা
  • কাজৰী কোঁৱৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "New Assamese Movie - Borosi". Magical Assam. 2013-07-06. http://www.magicalassam.com/2013/07/new-assamese-movie-borosi.html। আহৰণ কৰা হৈছে: 2017-07-08. 
  2. "Archived copy". www.newslivetv.com. http://www.newslivetv.com/assamese-film-and-theatre/assamese-films-news-this-week-25-31-march-2013.html। আহৰণ কৰা হৈছে: 17 January 2022. 
  3. ""Borosii" (বৰশী), New Asssamese suspense movie cinema | Entertainment News | humty dumty". Humtydumty.in. 2013-04-04. Archived from the original on 2014-10-31. https://web.archive.org/web/20141031053350/http://humtydumty.in/entertainment/borosii-%E0%A6%AC%E0%A7%B0%E0%A6%B6%E0%A7%80-new-asssamese-suspense-movie-cinema-entertainment-news। আহৰণ কৰা হৈছে: 2017-07-08. 
  4. "Archived copy". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304031625/http://www.sentinelassam.com/saturday/saturday1.php?sec=16&subsec=0&ppr=3&dtP=2014-04-13। আহৰণ কৰা হৈছে: 2015-11-07.