সমললৈ যাওক

পৰাগ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰাগ দাস
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম পৰাগ কুমাৰ দাস
জন্ম ২৯ অক্টোবৰ, ১৯৭৬ (৪৯ বছৰ)
গুৱাহাটী, অসম, ভাৰত
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া মধ্যম গতি
ভূমিকা বেটছমেন
সম্পৰ্ক মিঠু বৰুৱা (পত্নী)
ৰিয়ান পৰাগ (পুত্ৰ)
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৯৩/৯৪–২০০৮ অসম
উৎস: ESPNcricinfo, ৫ ছেপ্তেম্বৰ ২০১৬

পৰাগ দাস (ইংৰাজী: Parag Das; জন্ম: ২৯ অক্টোবৰ, ১৯৭৬) এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ভাৰতীয় ক্ৰিকেটাৰ। অসমৰ গুৱাহাটীত পৰাগ দাসৰ জন্ম হৈছিল। তেওঁ অসম, ৰে’লৱে’ আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল।[1][2][3] তেওঁ এজন সোঁহাতৰ বেটছমেন আছিল আৰু সোঁহাতেৰে মধ্যমীয়া গতিৰে বলিং কৰিছিল।[4] ১৯৯৩/৯৪ চনৰ ৰঞ্জী ট্ৰফীত অসমৰ হৈ পৰাগ দাসৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ অভিষেক ঘটিছিল। তেওঁ ৪৩খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল আৰু ৩২খন লিষ্ট এ মেচ খেলিছিল। প্ৰথম শ্ৰেণীৰ খেলত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ১১৮।

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ হৈ খেলিবলৈ আৰম্ভ কৰাৰ পৰৱৰ্তী বৰ্ষত পৰাগ দাসে ২৫ বছৰ অনুৰ্দ্ধ ৰে’লৱে দলকো নেতৃত্ব দিয়ে।[1][5][6]

পৰাগ দাসৰ পুত্ৰ ৰিয়ান পৰাগো এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ অসমৰ হৈ ঘৰুৱা ক্ৰিকেট[7] আৰু ৰাজস্থান ৰয়েলছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) খেলে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 Kishore, Shashank (3 August 2017). "Playstation, books, music, and a whole lot of runs" (en ভাষাত). ESPNcricinfo. http://www.espncricinfo.com/story/_/id/20237669/meet-riyan-parag আহৰণ কৰা হৈছে: 11 April 2019.
  2. "MS Dhoni connection between Riyan Parag and his father" (en-US ভাষাত). The News Mill. 29 April 2019. https://thenewsmill.com/ms-dhoni-connection-between-riyan-parag-and-his-father/ আহৰণ কৰা হৈছে: 19 October 2020.
  3. "Memories of innings past - Parag Das regrets missed chances and advises that there is no substitute for hard work". Telegraphindia. https://www.telegraphindia.com/north-east/memories-of-innings-past-parag-das-regrets-missed-chances-and-advises-that-there-is-no-substitute-for-hard-work/cid/328644.
  4. "Parag Das". ESPN Cricinfo. http://www.espncricinfo.com/ci/content/player/28003.html আহৰণ কৰা হৈছে: 5 September 2016.
  5. "MS Dhoni connection between Riyan Parag and his father" (en-US ভাষাত). The News Mill. 29 April 2019. https://thenewsmill.com/ms-dhoni-connection-between-riyan-parag-and-his-father/ আহৰণ কৰা হৈছে: 19 October 2020.
  6. "Memories of innings past - Parag Das regrets missed chances and advises that there is no substitute for hard work". Telegraphindia. https://www.telegraphindia.com/north-east/memories-of-innings-past-parag-das-regrets-missed-chances-and-advises-that-there-is-no-substitute-for-hard-work/cid/328644.
  7. "Playstation, books, music, and a whole lot of runs". ESPN Cricinfo. http://www.espncricinfo.com/story/_/id/20237669/meet-riyan-parag আহৰণ কৰা হৈছে: 11 April 2019.