পৰিস্মিতা সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰিস্মিতা সিং
জন্ম অসম, ভাৰত
পেচা লেখিকা, চিত্ৰকৰ, গ্ৰাফিক ঔপন্যাসিক, শিক্ষাবিদ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ছেইণ্ট ষ্টিফেন কলেজ, দিল্লী
ধৰণ গ্ৰাফিক উপন্যাস, শিশু গ্ৰন্থ, ফিকচন, নন-ফিকচন
উল্লেখযোগ্য বঁটা ২০০৯ শক্তি ভাট প্ৰথম গ্ৰন্থ বঁটা (মনোনীত)

পৰিস্মিতা সিং (ইংৰাজী: Parismita Singh; জন্ম: ১৯৭৯/১৯৮০[1]) এগৰাকী ভাৰতীয় লেখিকা, চিত্ৰকৰ, গ্ৰাফিক ঔপন্যাসিক আৰু শিক্ষাবিদ। পাও কালেকটিভৰ প্ৰতিষ্ঠাপক সদস্য। তেওঁৰ গ্ৰন্থ দ্য হোটেল এট দ্য এণ্ড অৱ দ্য ৱৰ্ল্ড, শক্তি ভাট প্ৰথম গ্ৰন্থ বঁটাৰ বাবে চৰ্টলিষ্ট হৈছিল আৰু ভাৰতত প্ৰকাশিত প্ৰথম গ্ৰাফিক উপন্যাসসমূহৰ ভিতৰত অন্যতম আছিল। তেওঁ পিচ হেজ কাম চুটিগল্প সংকলনৰো লেখিকা।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

সিংৰ জন্ম হৈছিল অসমত।[2] তেওঁ ডাঙৰ-দীঘল হৈছিল বিশ্বনাথ চাৰিআলি চহৰত।[3] আইতাক দুৰ্গামণি শইকীয়াই পৰিয়ালৰ সদস্য আৰু ঐতিহাসিক পৰিঘটনাক সামৰি পৰম্পৰাগত লোককথা ক'ব কৈছিল।[3] সিঙে মাউছক তেওঁৰ গ্ৰাফিক ঔপন্যাসিক হোৱাৰ প্ৰেৰণা হিচাপে উল্লেখ কৰিছে।[3]

তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজত অধ্যয়ন কৰিছিল।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Roots and wings". The Indian Express. March 27, 2010. সাঁচ:ProQuest. https://www.proquest.com/docview/238384455. "Parismita Singh, 30," 
  2. Sharma, Sanjukta (January 26, 2018). "Ceasefire state of mind". Mint. https://www.livemint.com/Leisure/zHm2Fv4g80rydf8u7PDaKI/Ceasefire-state-of-mind.html. 
  3. 3.0 3.1 3.2 Anushreemajumdar (May 11, 2009). "Drawing Attention". The Indian Express. https://indianexpress.com/article/cities/delhi/drawing-attention/. 
  4. Stoll, Jeremy (2013). "Bread and Comics: A History of the Pao Collective". International Journal of Comic Art খণ্ড 15 (2): 363–382. https://scholar.google.com/scholar_lookup?title=Bread%20and%20Comics%3A%20A%20History%20of%20the%20Pao%20Collective&author=J.%20Stoll&journal=International%20Journal%20of%20Comic%20Art&volume=15&issue=2&pages=363-382&publication_year=2013। আহৰণ কৰা হৈছে: 22 September 2021.