সমললৈ যাওক

ফাৰেনহাইট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এটা থাৰ্মমিটাৰ, যাৰ বাহিৰৰ বৃত্তাকাৰ স্কেল ফাৰেনহাইট একক আৰু ভিতৰৰ স্কেলটো ছেলছিয়াছ এককত লিখা
  Countries that use Fahrenheit.
  Countries that use both Fahrenheit and Celsius.
  Countries that use Celsius.

ফাৰেনহাইট হ'ল তাপমাত্ৰা পৰিমাপৰ স্কেল, যিটো ১৭২৪ চনত প্ৰস্তাব কৰা হয় আৰু জাৰ্মান পদাৰ্থবীদ ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট (১৬৮৬–১৭৩৬)ৰ নামানুসৰি নামকৰণ কৰা হয়। বৰ্তমান বিশ্বৰ অধিকাংশ দেশত তাপমাত্ৰা পৰিমাপৰ বাবে ছেলছিয়াছ স্কেল ব্যৱহৃত হৈছে।[1] যুক্তৰাষ্ট্ৰ সহ কিছু দেশ যেনেঃ ব্ৰাজিলত এতিয়াও ফাৰেনহাইট স্কেল ব্যৱহৃত হৈ আছে।[2]

  1. http://lamar.colostate.edu/~hillger/internat.htm Archived 1999-02-21 at the Wayback Machine ,Metric usage and metrication in other countries |accessdate=December 11, 2009 }}
  2. url=http://www.hydromet.gov.bz/ ,Belize Weather Bureau |accessdate=May 9, 2008