বলবৰ্মন (তৃতীয়)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বলবৰ্মন (তৃতীয়) আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ এজন ৰজা৷ পিতৃ জয়মালৰ মৃত্যুৰ পিছত তেওঁ সিংহাসন লাভ কৰে৷ তেওঁৰ ৰাজত্বকাল ৮৮০ খ্ৰীষ্টাব্দৰ পৰা ৯০৫ খ্ৰীষ্টাব্দলৈ আছিল বুলি অনুমান কৰা হয়৷[1]

উল্লেখযোগ্য কাম[সম্পাদনা কৰক]

বলবৰ্মনে তেওঁৰ ৰাজত্বকালত ’মহাৰাজ ধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক’ নামৰ ৰাজকীয় উপাধি গ্ৰহণ কৰে৷ তেওঁ উত্তৰ বংগ জয় কৰি নিজৰ শাসনৰ অধীনলৈ আনে বুলি জনা যায়৷[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা