সমললৈ যাওক

বাইচুং ভূটীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাইচুং ভূটীয়া
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামবাইচুং ভূটীয়া[1]
জন্ম১৫ ডিচেম্বৰ, ১৯৭৬ (৪৭ বছৰ)
জন্মস্থানটিনকিটাম , চিকিম, ভাৰত[2]
উচ্চতা১.৭৩ m[2]
খেলা স্থানষ্ট্ৰাইকাৰ
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
১৯৯৩–১৯৯৫ইষ্ট বেংগল(১৭)
১৯৯৫–১৯৯৭জেচিটি২০(১৫)
১৯৯৭–১৯৯৯ইষ্ট বেংগল৩১(১৫)
১৯৯৯–২০০২এফ চি বুৰি৩৭(৩)
২০০২–২০০৩মোহন বাগান
ইষ্ট বেংগল১৭(১২)
২০০৬–২০০৯মোহন বাগান৪৫(১৯)
২০০৯–২০১১ইষ্ট বেংগল(২)
২০১২–২০১৩ইউনাইটেড চিকিম(১)
২০১৫ইষ্ট বেংগল(০)
মুঠ২২৬(১২৩)
ৰাষ্ট্ৰীয় দল
১৯৯২–১৯৯৬ইণ্ডিয়া ইউ টুৱেন্টিথ্ৰী(৩)
১৯৯৫–২০১১ইণ্ডিয়া৮৪(২৭)
পৰিচালনা কৰা দল
২০১২ইউনাইটেড চিকিম
২০১৮চিকিম
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

বাইচুং ভূটীয়া (ইংৰাজী: Bhaisung Bhutia)এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় ফুটবল খেলুৱৈ ।[3][4][5]ফুটবলত শ্বুটিং দক্ষতাৰ বাবে তেওঁক প্ৰায়ে ছিকিমৰ স্নাইপাৰ বুলি অভিহিত কৰা হয়।বাইচুং ভুটিয়াক আন্তৰ্জাতিকভাৱে ভাৰতীয় ফুটবলৰ টৰ্চবাহক হিচাপে গণ্য কৰা হয়। কিংবদন্তী ভাৰতীয় খেলুৱৈ আই.এম. বিজয়নে বাইচুং ভুটিয়াক "ভাৰতীয় ফুটবলৰ বাবে ঈশ্বৰৰ উপহাৰ" বুলি বৰ্ণনা কৰিছিল। বাইচুং ভূটীয়াৰ ককায়েকৰ নাম নাম চেৱাং ভুটিয়া।চেৱাং আৰু বাইচুং দুয়ো বৰ্ডিং স্কুলত পঢ়া শুনা কৰিছিল। ভুটিয়াই ২০০৪ চনত এগৰাকী হোটেল পেছাদাৰীক বিয়া কৰাইছিল আৰু ২০১৪ চনত বিবাহ বিচ্ছেদ হৈছিল।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. Hugman, Barry J. (2005). The PFA Premier & Football League Players' Records 1946–2005. Queen Anne Press. পৃষ্ঠা. 59. ISBN 1-85291-665-6. 
  2. 2.0 2.1 "IndianFootball.com Profile". IndianFootball.com. http://www.indianfootball.com/en/statistic/player/detail/playerId/1। আহৰণ কৰা হৈছে: 24 June2009. 
  3. https://web.archive.org/web/20220811200704/https://www.national-football-teams.com/player/3088/Baichung_Bhutia.html
  4. https://www.timesnownews.com/sports/football/article/how-bury-fc-gave-bhaichung-bhutia-opportunity-to-make-history-in-english-football/477709
  5. https://web.archive.org/web/20211215125445/https://indianexpress.com/article/news-archive/bhutia-winds-up-perak-stint-on-a-sad-note/