বাণী বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাণী বসু
জন্ম ১৯৩৯
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

বাণী বসু (ইংৰাজী: BANI BASU) হৈছে এগৰাকী প্ৰখ্যাত লেখক। তেওঁ এগৰাকী ঔপন্যাসিক, চুটি গল্প লেখিকা, প্ৰবন্ধকাৰ আৰু শিশু আৰু কিশোৰসকলৰ বাবে লিখনি হিচাপে জনাজাত। তেওঁৰ কিছুমান কল্পকাহিনী চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকত নিৰ্মাণ কৰা হৈছে।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৯৩৯ চনৰ ১১ মাৰ্চত তেওঁৰ জন্ম হয়।[1]

শিক্ষা[সম্পাদনা কৰক]

তেওঁ প্ৰখ্যাত লেডী ব্ৰেবোৰ্ণ কলেজ, স্কটিছ চাৰ্চ কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল য'ত তেওঁ ইংৰাজীত এম.এ. লাভ কৰিছিল [2]

কৰ্ম জীৱন[সম্পাদনা কৰক]

  1. বসুৱে ঔপন্যাসিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
  2. তেওঁ ১৯৮০ চনৰ পৰা এগৰাকী লেখিকা হিচাপে তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল, প্ৰথমে "আনন্দমালা", এখন কিশোৰ আলোচনী, তাৰ পিছত "দেশ" আৰু সেই সময়ৰ অন্যান্য আলোচনীত লেখা প্ৰকাশ কিৰিছিল।

সাহিত্যৰাজি[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  1. শ্বেত পাথেৰ থালা(১৯৯০)
  2. গন্ধৰ্বী (১৯৯৩)
  3. মহানা (১৯৯৩)
  4. একুশে পা (১৯৯৪)
  5. মৈত্ৰেয় জাতক (১৯৯৯)
  6. উপন্যাস পানচাক (১৯৯৯)
  7. অষ্টম গৰ্ভা (২০০০)
  8. অন্তৰঘাট
  9. পঞ্চম পুৰুষ
  10. খানামিহিৰেৰ ধিপি (২০০৯)
  11. খাৰাপ চেলে
  12. মেইলি আদ্দাৰ হালচল[3]

চলচ্চিত্ৰ[সম্পাদনা কৰক]

  1. শ্বেত পাথেৰ থালা (চলচ্চিত্ৰ)
  2. গন্ধৰ্বী(চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিক)
  3. একুশে পা (টিভি ধাৰাবাহিক)
  4. নন্দিতা (টেলি ফিম)
  5. শ্ৰীমতী গুপ্তা ৰা (টেলি ফিল্ম)
  6. জাখান চান্দ (টেলি ফিল্ম)
  7. ভাব মূৰ্তি (টেলি ফিল্ম)
  8. বালিগুঞ্জ কোৰ্ট (টেলি ফিল্ম)
  9. শখম্বেৰীৰ দ্বৈপ (টিভি ধাৰাবাহিক)
  10. অমৃতা (টিভি ধাৰাবাহিক)[4]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  1. তাৰাশংকৰ বঁটা ১৯৯১
  2. আনন্দ পুৰস্কাৰ ১৯৯৭
  3. বঙ্কিম বঁটা ১৯৯৯
  4. সাহিত্য অকাডেমি বঁটা ২০১০[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]