বাৰ্তা:অভিজিৎ বেনাৰ্জী
অৱয়ব
This article was created as part of Project Tiger 2.0 online edit-a-thon. |
"গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা"
[সম্পাদনা কৰক]"গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা"ৰ সলনি "গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ পৰীক্ষামূলক অভিগমন" হ'ব নেকি? 'Experimental approach'ত জোৰ দিয়া হৈছিল কমিটিৰ দ্বাৰা।
- কৰা হ'ল-অজয় দাস (বাৰ্তা) 03:05, 15 October 2019 (ইউ.টি.চি.)