বাৰ্তা:অসমীয়া যুৱ উন্নয়ন পৰিষদ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশ্বকোষীয় প্ৰবন্ধ[সম্পাদনা কৰক]

পৃষ্ঠাটোত বিশ্বকোষ এখনত থাকিব লগাকৈ কোনো সমল নাই। — গীতাৰ্থ বৰদলৈ (talk) 09:49, 1 June 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

অসমীয়া যুৱ উন্নয়ন পৰিষদ নামৰ পৃষ্ঠা খন অপসাৰণ নকৰিব। পৃষ্ঠা টো মই বহলাই লিখি আছোঁ

উপযুক্ত তথ্যসূত্ৰ (ৰেফাৰেন্স) নাথাকিলে এনে লেখা বিশ্বাসযোগ্য হৈ নুঠে। সংগঠনৰ নিয়মাৱলী বা সদস্যৰ অভিজ্ঞতা ৰেফাৰেন্সত নপৰে। কিবা খোকোজা থাকিলে সুধিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 17:15, 2 June 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]