সমললৈ যাওক

বাৰ্তা:অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৃপাবৰ বৰুৱা

[সম্পাদনা কৰক]

লক্ষ্মীনাথ বেজবৰুৱাই 'কৃপাবৰ বৰুৱা' আৰু 'কৃপাবৰ বৰবৰুৱা' ছদ্মনামতহে লিখিছিল। 'কৃপাবৰ বেজবৰুৱা' কিজানি নাছিল। মই নিশ্চিত নহয় পিছে। উদ্দীপতালুকদাৰ 18:59, 20 জানুৱাৰী 2012 (UTC)

প্ৰৱন্ধ শীৰ্ষক সম্পৰ্কে

[সম্পাদনা কৰক]

'অসমীয়া সাহিত্যিক'ৰ ছদ্মনাম আৰু বিভূষিত উপাধিৰ সলনি শীৰ্ষকটো 'অসমৰ উল্লেখযোগ্য ব্যক্তিৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা' কৰি দিলে বেছি ভাল হয় কিজানি। কিছুমান বিভূষিত উপাধিৰ ব্যক্তিক সাহিত্যিকৰ তালিকাত ৰাখিব নোৱাৰি। যেনে অচ্যুত লহকৰ। ছদ্মনাম আৰু বিভূষিত উপাধিৰ বাবে দুটা বেলেগ বেলেগ প্ৰৱন্ধ প্ৰস্তুত কৰিলে আৰু ভাল হয়।উদ্দীপতালুকদাৰ (talk) 08:50, 23 মাৰ্চ 2012 (UTC)