অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা
অৱয়ব
| এই তালিকাখন সম্ভৱত বেচি ভাল হ’ব যদিহে বৰ্নানুক্ৰমিক টেবুল আকাৰত গঢ় দিয়া হয়। অনুগ্ৰহ কৰি এই তলিকাখন সম্পাদনা বা আলোচনাৰ মাধ্যমেৰে আলোচনা পৃষ্ঠাত মন্তব্য দি সহায় কৰক। |
অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। অসমীয়া সাহিত্য ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ চৰ্যাপদৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা হয়।
অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।
আচল নামৰ সৈতে ছদ্ম নাম
[সম্পাদনা কৰক]উপাধি
[সম্পাদনা কৰক]
|
|
বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধি
[সম্পাদনা কৰক]বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰদ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়। তলত এনে বিভিন্ন উপাধিৰে বিভূষিত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ তালিকা দিয়া হ'ল।[2]
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Assam General Knowledge. Bright Publications. পৃষ্ঠা. 22–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA22। আহৰণ কৰা হৈছে: 21 November 2012.
- ↑ "নতুন জানানে" - শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা (জ্যোতি প্ৰকাশন) পৃষ্ঠা নং ১০৫-১০৬
- Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Authors & Poets - Mamoni Roysom Goswami". Bipuljyoti.in. Archived from the original on 2011-07-21. https://web.archive.org/web/20110721153418/http://www.bipuljyoti.in/authors/indiragoswami.html। আহৰণ কৰা হৈছে: 2010-12-13.
- Bipuljyoti Saikia (2008-09-07). "Bipuljyoti Saikia's Homepage : Authors & Poets". Bipuljyoti.in. Archived from the original on 2010-08-28. https://web.archive.org/web/20100828112931/http://www.bipuljyoti.in/authors/। আহৰণ কৰা হৈছে: 2010-12-13.
- "Assamese literature language - Assam books authors poets history". Onlinesivasagar.com. Archived from the original on 2011-08-23. https://web.archive.org/web/20110823175103/http://onlinesivasagar.com/literature/। আহৰণ কৰা হৈছে: 2010-12-13.
- "The Encyclopaedia Of Indian ... - Google Books". Books.google.co.in. http://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA394&lpg=PA394&dq=assamese+poets+and+their+pen+names&source=bl&ots=mUIX_zxSAa&sig=bK1OSlp5OePLmgoXpvNnHZ3izNA&hl=en&ei=k1QGTZrtH8ymrAfg5_yQDw&sa=X&oi=book_result&ct=result&resnum=3&ved=0CCsQ6AEwAg#v=onepage&q=assamese%20poets%20and%20their%20pen%20names&f=false। আহৰণ কৰা হৈছে: 2010-12-13.