অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা
অৱয়ব
| এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
- মাধৱ কন্দলী (চতুৰ্দশ শতিকা)
- হৰিবৰ বিপ্ৰ (চতুৰ্দশ শতিকা)
- হেম সৰস্বতী (চতুৰ্দশ শতিকা)
- শংকৰদেৱ (১৪৪৯–১৫৬৮)
- মাধৱদেৱ (১৪৮৯–১৫৯৬)
- কবিৰত্ন সৰস্বতী (পঞ্চদশ শতিকা)
- অনিৰুদ্ধ দেৱ (১৫৫৩–১৬২৬)
- গোপালদেৱ (১৫৫১–১৬১১)
- যদুমণিদেৱ (১৫৬৮–১৬৩১)
- ৰামচৰণ ঠাকুৰ (১৫৫০–?)
- অনন্ত কন্দলী (ষোড়শ শতিকা)
- চান্দসাই (ষোড়শ শতিকা)
- দুৰ্গাবৰ কায়স্থ (ষোড়শ শতিকা)
- পীতাম্বৰ কবি (ষোড়শ শতিকা)
- মনকৰ (ষোড়শ শতিকা)
- সুকবি কানখাৰী কায়স্থ (ষোড়শ শতিকা)
- অনিৰুদ্ধ কায়স্থ (ষোড়শ-সপ্তদশ শতিকা)
- কলাপচন্দ্ৰ দ্বিজ (ষোড়শ-সপ্তদশ শতিকা)
- গোপালচৰণ দ্বিজ (ষোড়শ-সপ্তদশ শতিকা)
- ভাগৱত আচাৰ্য (ষোড়শ-সপ্তদশ শতিকা)
- ৰত্নাকৰ কন্দলী সুকবিশেখৰ (ষোড়শ-সপ্তদশ শতিকা)
- ৰাম সৰস্বতী (ষোড়শ-সপ্তদশ শতিকা)
- শ্ৰীধৰ কন্দলী (ষোড়শ-সপ্তদশ শতিকা)
- কেশৱ কায়স্থ (সপ্তদশ শতিকা)
- গোপীনাথ পাঠক (সপ্তদশ শতিকা)
- গোবিন্দ মিশ্ৰ (সপ্তদশ শতিকা)
- দামোদৰ দাস (সপ্তদশ শতিকা)
- দৈত্যাৰি ঠাকুৰ (সপ্তদশ শতিকা)
- ৰামানন্দ/ৰমাই কায়স্থ (সপ্তদশ শতিকা)
- ৰামানন্দ দ্বিজ (সপ্তদশ শতিকা)
- শ্ৰীৰাম দেৱ (সপ্তদশ শতিকা)
- সুকবি নাৰায়ণদেৱ (সপ্তদশ শতিকা)
- জয়দেৱ কায়স্থ (ষোড়শ-সপ্তদশ শতিকা)
- ব্ৰহ্মানন্দ কায়স্থ (ষোড়শ-সপ্তদশ শতিকা)
- ভৱানী দাস (ষোড়শ-সপ্তদশ শতিকা)
- কোৱাল্যন্দন দেৱ (১৭১৫–১৭৮২)
- অনন্ত আচাৰ্য (অষ্টাদশ শতিকা)
- কবিৰাজ চক্ৰৱৰ্তী (অষ্টাদশ শতিকা)
- দ্বিজ ৰাম (অষ্টাদশ শতিকা)
- ৰংগানাথ দ্বিজ চক্ৰৱৰ্তী (অষ্টাদশ শতিকা)
- লক্ষ্মীনাথ দ্বিজ (অষ্টাদশ শতিকা)
- সুখদেৱ দাস (অষ্টাদশ শতিকা)
- পিথুৰাম দ্বিজ (অষ্টাদশ-ঊনবিংশ শতিকা)
- বলদেৱ সূৰ্যশৰী দৈৱজ্ঞ (অষ্টাদশ-ঊনবিংশ শতিকা)
- বলোৰাম দ্বিজ (অষ্টাদশ-ঊনবিংশ শতিকা)
- ৰতিকান্ত দ্বিজ (অষ্টাদশ-ঊনবিংশ শতিকা)
- বিশ্বশ্বেৰ বৈদ্যদ্বীপ (ঊনবিংশ শতিকা)
- কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩–১৯৩৬)
- লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪–১৯৩৮)
- চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭–১৯৩৮)
- ভোলানাথ দাস (১৮৫৮–১৯২৯)
- মফিজুদ্দিন আহমেদ হাজৰিকা (১৮৭০–১৯৮৫)
- পদ্মনাথ গোহাঞিবৰুৱা (১৮৭১–১৯৪৫)
- বেণুধৰ ৰাজখোৱা (১৮৭২–১৯৫৫)
- হেমচন্দ্ৰ গোস্বামী (১৮৭২–১৯২৮)
- আনন্দ চন্দ্ৰ আগৰৱালা (১৮৭৪–১৯৩৯)
- চন্দ্ৰনাথ বৰুৱা (১৮৭৪–১৯৬১)
- ৰঘুনাথ চৌধাৰী (১৮৭৯–১৯৬৮)
- নীলমণি ফুকন (জ্যেষ্ঠ) (জন্ম ১৮৮০)
- অম্বিকাগিৰী ৰায়চৌধুৰী (১৮৮৫–১৯৬৭)
- দুৰ্গেশ্বৰ শৰ্মা (১৮৮৫–১৯৬১)
- ইন্দ্ৰেশ্বৰ বৰঠাকুৰ (১৮৮৭–১৯৬০)
- পদ্মনাথ শৰ্মা (১৮৮৭–১৯০৬)
- ভৈৰৱচন্দ্ৰ খাটনিয়াৰ (১৮৮৯–১৯৩১)
- দণ্ডিনাথ কলিতা (১৮৯০–১৯৫৫)
- ধৰ্মেশ্বৰী দেৱী বৰুৱানী (১৮৯২–১৯৬০)
- যতীন্দ্ৰনাথ দুৱৰা (১৮৯২–১৯৬৪)
- শৈলধৰ ৰাজখোৱা (১৮৯২–১৯৬৮)
- সূৰ্যকুমাৰ ভূঞা (১৮৯৪–১৯৬৪)
- মিত্ৰদেৱ মহন্ত অধিকাৰী (জন্ম ১৮৯৫)
- থানেশ্বৰ হাজৰিকা (১৮৯৮–১৯৪৩)
- পদ্মধৰ চলিহা (১৮৯৯–১৯৬৯)
- যমুনেশ্বৰী খাটনিয়াৰ (১৮৯৯–১৯২৪)
- ডিম্বেশ্বৰ নেওগ (১৯০০–১৯৬৬)
- দৈৱচন্দ্ৰ তালুকদাৰ (১৯০০–১৯৬৭)
- ভগৱতী প্ৰসাদ বৰুৱা (১৯০০–১৯৩৩)
- অতুলচন্দ্ৰ হাজৰিকা (১৯০৩–১৯৮৬)
- জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩–১৯৫১)
- মহেন্দ্ৰনাথ ডেকাফুকন (১৯০৩–১৯৭৩)
- কমলেশ্বৰ চলিহা (জন্ম ১৯০৪)
- পাৰ্বতী প্ৰসাদ বৰুৱা (১৯০৪–১৯৬৪)
- বিনন্দ চন্দ্ৰ বৰুৱা (জন্ম ১৯০৫)
- আনন্দ চন্দ্ৰ বৰুৱা (জন্ম ১৯০৭)
- গণেশচন্দ্ৰ গগৈ (১৯০৭–১৯৩৮)
- বাবানাথ হাজৰিকা (মৃত্যু ১৯৩৪)
- দেৱকান্ত বৰুৱা (জন্ম ১৯১৪)
- শশীকান্ত গগৈ (জন্ম ১৯১৬)
- মহেশ্বৰ নেওগ (১৯১৮–১৯৯৫)
- ভৱানন্দ দত্ত (১৯১৯–১৯৫৯)
- অমূল্য বৰুৱা (১৯২২–১৯৪৬)
- অজিৎ বৰুৱা (জন্ম ১৯২৪)
- কেশৱ মহন্ত (জন্ম ১৯২৬)
- মহেশ্বৰ বৰা (জন্ম ১৯২৬)
- নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩–২০০৪)
- নীলমণি ফুকন (কনিষ্ঠ) (জন্ম ১৯৩৩)
- ভৃগুমুনি কাগয়ুং (জন্ম ১৯৩৪)
- ৰবীন্দ্ৰ বৰা (জন্ম ১৯৩৯)
- অৱনী চক্ৰৱৰ্তী (জন্ম ১৯৪১ – নিখোজ)
- ভবেন বৰুৱা (জন্ম ১৯৪১)
- ৰবীন্দ্ৰ সৰকাৰ (জন্ম ১৯৪৫)
- ভৱ প্ৰসাদ ৰাজখোৱা (জন্ম ১৯৪৭)
- জ্ঞান পূজাৰী (জন্ম ১৯৪৮)
- দেৱেশ্বৰ শৰ্মা (জন্ম ১৯৪৮)
- সনন্ত তাঁতি
- সমীৰ তাঁতি
- হৰেকৃষ্ণ ডেকা
- অনুভৱ তুলসী
- পূৰ্ণ ভট্টাচাৰ্য
- নীলিম কুমাৰ
- এম. কামালুদ্দিন আহমেদ
- নীলিমা ঠাকুৰীয়া হক
- সমীন্দ্ৰ হুজুৰি
- ৰাজীৱ বৰা
- কুশল দত্ত
- প্ৰতীম বৰুৱা
- জোনমণি দাস
- নিবেদন দাস পাটোৱাৰী
- ৰুদ্ৰসিংহ মটক
- প্ৰণৱ কুমাৰ বৰ্মন
- অতনু ভট্টাচাৰ্য
- অনুপমা বসুমতাৰী
- অমলেন্দু গুহ
- এম ইব্ৰাহিম আলি
- ইমৰান শ্বাহ
- কবিৰঞ্জন শইকীয়া
- কবীন ফুকন
- কমল কুমাৰ তাঁতী
- কল্যাণ ভূঞা
- কাবেৰী কছাৰী
- কৰবী ডেকা হাজৰিকা
- গণেশ গগৈ
- গীতালী বৰুৱা
- চন্দ্ৰ ভাৰতী
- চৈয়দ আব্দুল মালিক
- জীৱন নৰহ
- জুবিন গাৰ্গ
- জোৱলা বৰা
- জ্ঞাননাথ বৰা
- জ্ঞানানন্দ শৰ্মা পাঠক
- ত্ৰৈলোক্য নাথ গোস্বামী
- তৰুণ চন্দ্ৰ পামেগাম
- দিগন্ত বিশ্ব শৰ্মা
- দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
- ধনাই বৰা
- ধনেশ্বৰ ইংতি
- ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত
- ধীৰেন্দ্ৰ নাথ দত্ত
- ধৰ্ম্মেশ্বৰী দেবী
- নগেন ঠাকুৰ
- নগেন শইকীয়া
- নলিনীধৰ ভট্টাচাৰ্য
- নলিনীবালা দেৱী
- নিত্যা দত্ত
- নীলিমা দত্ত
- নৱকান্ত বৰুৱা
- পুষ্পলাল উপাধ্যায়
- পুৰুষোত্তম ঠাকুৰ
- প্ৰকল্প ৰঞ্জন ভাগৱতী
- প্ৰফুল্ল ভূঞা
- প্ৰসন্নলাল চৌধুৰী
- বিজয় শংকৰ বৰ্মন
- বিদ্যা পঞ্চানন
- বিপুলজ্যোতি শইকীয়া
- বীৰেণ বৰকটকী
- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
- বীৰেশ্বৰ বৰুৱা
- ভবেন্দ্ৰ নাথ শইকীয়া
- মহম্মদ পিয়াৰ
- মহেন্দ্ৰ বৰা
- মৃণাল কলিতা
- মৃদুল হালৈ
- মৈত্ৰেয়ী পাটৰ
- মোহনকৃষ্ণ মিশ্ৰ
- যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
- যোগেশ কিশোৰ ফুকন
- লক্ষ্মীকান্ত বৰুৱা
- লুট্ফা হানুম ছেলিমা বেগম
- শিষ্ট ভট্টাচাৰ্য
- শুভনাথ দ্বিজ সৰস্বতী
- শ্ৰীনাথ দ্বিজ
- শৰ্মিষ্ঠা প্ৰীতম
- সাৰ্বভৌম ভট্টাচাৰ্য
- সীতানাথ ব্ৰহ্মচৌধুৰী
- সৃষ্টি ৰাণী টাইড
- হিতেশ্বৰ বৰবৰুৱা
- হিমাংশু প্ৰসাদ দাস
- হীৰেন ভট্টাচাৰ্য
- হেম বৰুৱা
- হেমাংগ কুমাৰ দত্ত
- হোমেন বৰগোহাঞি
- হৰি বৰকাকতি
- হৰিদেৱ
- ৰঘুনাথ দাস মহন্ত
- ৰত্নকান্ত বৰকাকতী
- ৰফিকুল হুছেইন
- ৰমাকান্ত চৌধুৰী
- ৰাজেন্দ্ৰ নাথ বৰদলৈ
- ৰাম গগৈ
- ৰাম গোস্বামী
- ৰীতা চৌধুৰী
- অমিতাভ ৰঞ্জন কানু
- উজ্জ্বল পাওগাম
- কমল কুমাৰ মেধি
- জয়জিৎ ডেকা
- দীপক নাথ
- ধ্ৰুৱকুমাৰ তালুকদাৰ
- বৰ্ণালী বৰগোহাঁই
- বিকাশজ্যোতি শইকীয়া
- মৃণাল আকাশ মেধি
- যুগজ্যোতি দাস
- ৰুবুল দাস
- শোণিত বিজয় দাস
- সৌৰভ শইকীয়া
- দাদুল ভূঞা